অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চান্দেৰী শাৰী

চান্দেৰি শাৰী ভাৰতৰ মহিলাই পৰিধান কৰা এক বস্ত্ৰ আৰু ই ভাৰতৰ মধ্যপ্ৰদেশৰ চান্দেৰিত নিৰ্মিত পৰম্পৰাগত কোলি শাৰী।

হালনাগাদ: ২১ আগষ্ট ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চান্দেৰি শাৰী ভাৰতৰ মহিলাই পৰিধান কৰা এক বস্ত্ৰ আৰু ই ভাৰতৰ মধ্যপ্ৰদেশৰ চান্দেৰিত নিৰ্মিত পৰম্পৰাগত কোলি১২ শাৰী।৩৪৫

ইতিহাস

চন্দেৰি শাৰীৰ বয়ন সংস্কৃতিৰ উন্মেষ ঘটিছিল দ্বিতীয় আৰু সপ্তম শতিকাৰ ভিতৰত। ৰাজ্যখনৰ দুটা সাংস্কৃতিক অঞ্চল মালৱা আৰু বুণ্ডেলখণ্ডৰ সীমাত অৱস্থিত। বিন্ধ্যাচল ৰেঞ্জৰ লোকসকলৰ পৰম্পৰা বিস্তৃত। একাদশ শতিকাত মালৱা, মেড়ৱা, মধ্য ভাৰত আৰু দক্ষিণ গুজৰাটৰ বাণিজ্যিক স্থানে এই অঞ্চলৰ গুৰুত্ব বৃদ্ধি কৰে।৬

চতুৰ্দশ শতিকাৰ অনুমাণিক ১৩৫০ চনত চান্দেৰি শাড়ীৰ পৰম্পৰা আৰম্ভ কৰিছিল কোলি শিপিনীসকলে।৭৮

আলংকাৰিক আৰ্হি

বিশুদ্ধ ৰেচম, চান্দেৰি কপাহ আৰু ৰেচম কপাহ তিনিবিধ কাপোৰৰপৰা চান্দেৰি শাৰী প্ৰস্তুত কৰা হয়। পৰম্পৰাগত মুদ্ৰা, ফুলৰ শিল্প, ময়ূৰ আৰু আধুনিক জ্যামিতিক ডিজাইন বিভিন্ন চান্দেৰি আৰ্হিত বোৱা হৈছে। ভাৰতৰ ভিতৰতে উন্নতমানৰ শাৰীসমূহৰ ভিতৰত অন্যতম আৰু সোণ আৰু ৰূপৰ ব্ৰকেড বা জৰী, মিহি ৰেচম, আৰু চহকী এম্ব্ৰয়ডাৰীৰ বাবে ই জনাজাত।

তথ্যসূত্ৰ

  1. ↑ Verma, Garima. The changing craft of Chanderi. Deccan Herald
  2. ↑ (2023-08-01). Handloom and Handicraft Mela To be Organised in Nagpur - The Live Nagpur
  3. ↑ LALITHAA KRISHNAN. Cool textures for hot clime. The Hindu
  4. ↑ Handloom expo in Bhubaneswar. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ Shefalee Vasudev. (21 December 2012). 2012: Fashion's firsts. livemint.com
  6. ↑ Chanderi Sari: An age-old legency of the loom www.outlookindia.com/traveller/mp/visual-escape/
  7. ↑ This village thanks Aamir, Kareena but. . .. Rediff
  8. ↑ (2021-07-04). देशभर में प्रसिद्ध मध्‍य प्रदेश की चंदेरी साड़ियों का बाजार मंदी के दौर में, स्‍टाक भरपूर, लेकिन अपेक्षित बिक्री नहीं - Market of Chanderi sarees of Madhya Pradesh famous across the country in recession stock plentiful but not expected sales. Nai Dunia

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চান্দেৰী শাৰী” প্ৰবন্ধৰ সংশোধন ৫৩৪১৯৭ (২১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।