অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ঙুল্ট্ৰুম (ভূটান)

ঙুল্ট্ৰুম (/əŋˈɡʌltrəm/; ISO 4217 code: BTN) (Dzongkha: དངུལ་ཀྲམ) ১৯৭৪ৰ পাছৰ ভূটানৰ মুদ্ৰা। এশ চেৰ্টামে (১৯৭৯লৈকে ধাতুৰ মুদ্ৰাত চেৰ্টমছ হিচাপে লিখিত) ১ ঙুল্ট্ৰুম।

হালনাগাদ: ১৫ অক্টোবৰ ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ঙুল্ট্ৰুম (/əŋˈɡʌltrəm/১; ISO 4217 code: BTN) (Dzongkha: དངུལ་ཀྲམ) ১৯৭৪ৰ পাছৰ ভূটানৰ মুদ্ৰা। এশ চেৰ্টামে (১৯৭৯লৈকে ধাতুৰ মুদ্ৰাত চেৰ্টমছ হিচাপে লিখিত) ১ ঙুল্ট্ৰুম।

ইতিহাস

১৯৭৪ চনত ঙুল্ট্ৰুম চিনাকি কৰা হয়, টকাৰ সলনি। এক ঙুল্ট্ৰুম এক ভাৰতীয় টকাৰ সমান আছিল।

১৯৬০ৰ দশকত ভাৰতে ভূটানক অৰ্থনৈতিক বিকাশত ভালেমান সহায় কৰিছিল। ঙুল্ট্ৰুমক কেৱল ভাৰতীয় টকাৰেহে সলাব পৰা যায়, আন মুদ্ৰাৰে সলাব পৰা নাযায়।

বেংকন'ট

জুন ২ ১৯৭৪ত ঙুল্ট্ৰুম ন'ট চিনাকি কৰা হৈছিল, ভূটানৰ ৰাজকীয় চৰকাৰৰ দ্বাৰা। প্ৰথমে ১, ৫ আৰু ১০ ঙুল্ট্ৰুম আৰু ১৯৭৮ত ২, ২০, ৫০ আৰু ১০০ ঙুল্ট্ৰুম ন'ট আগভোৱা হ'ল।২ ১৯৮২ত ৰয়েল মনিটেৰি অথৰিটি অৱ ভূটান এক্টৰ পাছত ১৯৮৩লৈকে ৰয়েল মনিটেৰি অথৰিটিয়ে ন'ট প্ৰকাশ কৰা নাছিল। শেহতীয়াকৈ ২০০৬ চনত ১, ৫, ১০, ২০, ৫০, ১০০, ৫০০ আৰু ১০০০ ঙুল্ট্ৰুম ন'ট প্ৰকাশ কৰা হ'ল এই সংস্থাৰ দ্বাৰা।

Previous series
ImageValueDimensionsMain ColourDescription
ObverseReverseObverseReverseWatermark
Nu.1114 x 62 mmBlueThe Government crest, two dragonsSimtokha Dzong"Royal Monetary Authority" in top and bottom margin
Nu.5130 × 62 mmOrangeThe Government crest, two mythical bird (Bja Tshering) (the bird of long life)Paro Rinpung Dzong
10 Ngultrum Vorderseite.jpg10 Ngultrum Rückseite.jpgNu.10140 × 70 mmPurpleThe Government crest, Dungkar (conch) (one of the eight lucky signs), Jigme Singye Wangchuck
20 Ngultrum Vorderseite.jpg20 Ngultrum Rückseite.jpgNu.20152 × 70 mmYellow-greenThe Government crest, Khorlo (Wheel of Dharma, one of the eight auspicious signs), Jigme Dorji WangchuckPunakha Dzong
50 Ngultrum Vorderseite.jpg50 Ngultrum Rückseite.jpgNu.50155 × 70 mmPinkTrongsa Dzong, two mythical birds Bja Tshering (bird of long life)
100 Ngultrum Vorderseite.jpg100 Ngultrum Rückseite.jpgNu.100161 × 70 mmGreenNorbu Rimpochhe (one of the seven auspicious gems), Jigme Singye WangchuckTashichho DzongCrossed Dorji (Dorji jardrum)
Nu.500160 × 70 mmRedNorbu Rimpochhe encircled by two Dragons (one of the seven auspicious gems), Ugyen WangchuckPunakha Dzong
For table standards, see the banknote specification table.

তথ্যসূত্ৰ

  1. ↑ "ngultrum", Random House Webster's Unabridged Dictionary
  2. ↑ Linzmayer, Owen (2011)

সম্পৰ্কিত শ্ৰেণী

মুদ্ৰাভূটান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঙুল্ট্ৰুম (ভূটান)” প্ৰবন্ধৰ সংশোধন ৫৪৩৮০৪ (১৫ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।