অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গ্ৰন্থচিহ্ন

গ্ৰন্থচিহ্ন বা বুকমাৰ্ক (Bookmark) হৈছে গ্ৰন্থ এখনৰ পৃষ্ঠা চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, কাৰ্ড বা আন সামগ্ৰীৰ পটি। পঢ়ুৱৈৰ পঢ়ন-প্ৰগতিৰ হিচাপ ৰাখিবৰ বাবে আৰু এৰি থৈ যোৱা পৃষ্ঠাটো কম সময়ৰ ভিতৰতে বিচাৰি চাবৰ বাবে গ্ৰন্থচিহ্ন ব্যৱহৃত হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

গ্ৰন্থচিহ্ন বা বুকমাৰ্ক (Bookmark) হৈছে গ্ৰন্থ এখনৰ পৃষ্ঠা চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, কাৰ্ড বা আন সামগ্ৰীৰ পটি।১ পঢ়ুৱৈৰ পঢ়ন-প্ৰগতিৰ হিচাপ ৰাখিবৰ বাবে আৰু এৰি থৈ যোৱা পৃষ্ঠাটো কম সময়ৰ ভিতৰতে বিচাৰি চাবৰ বাবে গ্ৰন্থচিহ্ন ব্যৱহৃত হয়। কেতিয়াবা গ্ৰন্থচিহ্ন হিচাপে কাগজ, ধাতৱ সঁজুলি, কাপোৰ, ৰেচম, ৰচীও ব্যৱহাৰ কৰা হয়। কিছুমান ছপা কিতাপৰ বাইণ্ডিঙতে ফিটা বা ৰিবনৰ দ্বাৰা নিৰ্মিত একাধিক গ্ৰন্থচিহ্ন থাকিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ bookmark

সম্পৰ্কিত শ্ৰেণী

সামগ্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰন্থচিহ্ন” প্ৰবন্ধৰ সংশোধন ৩৮০৭৩০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।