অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গোদাৱৰী নদী

গোদাৱৰী দক্ষিণ ভাৰতৰ এখন মুখ্য নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাট পৰ্বত শ্ৰেণীৰ অন্তৰ্গত ত্ৰিম্বক পৰ্বতৰ পৰা হৈছে। ইয়াৰ দীঘ প্ৰায় ১৪৬৫ কিলোমিটাৰ। গোদাৱৰী নদীৰ মুখ্য উপনদীসমূহ হ'ল ক্ৰমে প্ৰাণহিতা, ইন্দ্ৰাৱতী, মঞ্জিৰা।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গোদাৱৰী দক্ষিণ ভাৰতৰ এখন মুখ্য নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাট পৰ্বত শ্ৰেণীৰ অন্তৰ্গত ত্ৰিম্বক পৰ্বতৰ পৰা হৈছে। ইয়াৰ দীঘ প্ৰায় ১৪৬৫ কিলোমিটাৰ। গোদাৱৰী নদীৰ মুখ্য উপনদীসমূহ হ'ল ক্ৰমে প্ৰাণহিতা, ইন্দ্ৰাৱতী, মঞ্জিৰা। এই নদীখন মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশেৰে বৈ গৈ ৰাজহমুন্দী চহৰৰ সমীপ বংগোপসাগৰত মিলিত হয়। ১

মুখ্য ধাৰাসমূহ

গোদাৱৰীক সাতটা শাখাত বিবেচনা কৰা হয়-

  • গৌতমী
  • বসিষ্ঠা
  • কৌষিকী
  • আত্ৰেয়ী
  • বৃদ্ধগৌতমী
  • তুল্যা
  • ভাৰদ্বাজী

নামকৰণ

কিছু বিদ্বানৰ মতে ইয়াৰ নামকৰণ তেলেগু শব্দ "গোদ"ৰ পৰা হৈছিল যাৰ অৰ্থ মৰ্যাদা।

চিত্ৰ সম্ভাৰ

ৰাজহমুন্দী চহৰৰ সমীপ গোদাৱৰী নদী
ৰাজহমুন্দী চহৰৰ সমীপ গোদাৱৰী নদীছবি: Adityamadhav83 · CC BY-SA 3.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ River Godavari. rainwaterharvesting.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোদাৱৰী নদী” প্ৰবন্ধৰ সংশোধন ৫৯৮৩২৪ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।