অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গেছ ধ্ৰুৱক

গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য।

হালনাগাদ: ১০ এপ্ৰিল ২০২০ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ
R ৰ মানএকক (V P T −1 n−1)
8.314 4598(48)J K−1 mol−1
kJ K−1 kmol−1
Erg K−1 mol−1
amu (km/s)2 K−1
L kPa K−1 mol−1
cm3 kPa K−1 mol−1
m3 Pa K−1 mol−1
cm3 MPa K−1 mol−1
m3 bar K−1 mol−1
L bar K−1 mol−1
L Torr K−1 mol−1
kcal K−1 mol−1
L atm K−1 mol−1
cm3  atm K−1 mol−1

গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য। এই ধ্ৰুৱকটো বয়লৰ সূত্ৰ, চাৰ্লচৰ সূত্ৰ, এভ'গেড্ৰ'ৰ সূত্ৰ আৰু গে'-লুছাকৰ সূত্ৰৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক বা ) চিহ্নৰে সূচোৱা হয়।

মাত্ৰা

আদৰ্শ গেছ সমীকৰণ PV = nRTৰ পৰা পাওঁ: ⟨R = \frac{PV}{nT}⟩ য'ত P চাপ, V আয়তন, n ম'ল সংখ্যা, আৰু T উষ্ণতা।

যিহেতু চাপ হৈছে প্ৰতি একক কালিত বলৰ মান, গতিকে গেছ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যাব: ⟨R = \frac{ \dfrac{\mathrm{force}}{\mathrm{area}} \times \mathrm{volume} } { \mathrm{amount} \times \mathrm{temperature} }⟩

কালি আৰু আয়তন হৈছে ক্ৰমে (length)2 আৰু (length)3। গতিকে: ⟨R = \frac{ \dfrac{\mathrm{force} }{ (\mathrm{length})^2} \times (\mathrm{length})^3 } { \mathrm{amount} \times \mathrm{temperature} } = \frac{ \mathrm{force} \times \mathrm{length} } { \mathrm{amount} \times \mathrm{temperature} }⟩

যিহেতু বল × দীঘ = কাৰ্য: ⟨R = \frac{ \mathrm{work} } { \mathrm{amount} \times \mathrm{temperature} }⟩

আকৌ, আমি জানোঁ,

⟨\mathrm{force} = \frac{ \mathrm{mass} \times \mathrm{length} } { (\mathrm{time})^2 }⟩

গতিকে R ক আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ:

⟨R = \frac{ \mathrm{mass} \times \mathrm{length}^2 } { \mathrm{amount} \times \mathrm{temperature} \times (\mathrm{time})^2 }⟩

গতিকে, এছ আই এককত:

R =

সম্পৰ্কিত শ্ৰেণী

ধ্ৰুৱক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেছ ধ্ৰুৱক” প্ৰবন্ধৰ সংশোধন ২১৯৩৭৭ (১০ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।