অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ক’লাশিব জিলা

উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ আঠটা জিলাৰ ভিতৰত ক’লাশিব জিলা অন্যতম৷ জিলাখনৰ সদৰ ক’লাশিব চহৰত অবস্থিত৷ এই জিলাখন আয়তনৰ হিচাপত মিজোৰামৰ সকলোতকৈ সৰু জিলা৷

হালনাগাদ: ৩ জুলাই ২০২৩ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ আঠটা জিলাৰ ভিতৰত ক’লাশিব জিলা অন্যতম৷ জিলাখনৰ সদৰ ক’লাশিব চহৰত অবস্থিত৷ এই জিলাখন আয়তনৰ হিচাপত মিজোৰামৰ সকলোতকৈ সৰু জিলা৷

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক’লাশিব জিলা” প্ৰবন্ধৰ সংশোধন ৩৭০৭৪৭ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।