অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্ৰকাছ চিটি হলত আক্ৰমণ

২০২৪ চনৰ ২২ মাৰ্চত মস্কোৰ পশ্চিম প্ৰান্তৰ ৰাছিয়াৰ ক্ৰাছনোগৰ্স্কৰ ক্ৰকাছ চিটি হলৰ সংগীত স্থানত সংঘটিত হৈছিল ক্ৰকাছ চিটি হল আক্ৰমণ। চাৰিজন বন্দুকধাৰীয়ে কনচাৰ্টলৈ যোৱা লোকসকলক লক্ষ্য কৰি সমন্বিতভাৱে গণ গুলীচালনা আৰু চেলেং আক্ৰমণ চলায়। লগতে জ্বলন্ত যন্ত্ৰ ব্যৱহাৰ কৰি সভাস্থলীত জুই লগাই দিয়ে।

হালনাগাদ: ২ অক্টোবৰ ২০২৪ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

২০২৪ চনৰ ২২ মাৰ্চত মস্কোৰ পশ্চিম প্ৰান্তৰ ৰাছিয়াৰ ক্ৰাছনোগৰ্স্কৰ ক্ৰকাছ চিটি হলৰ সংগীত স্থানত সংঘটিত হৈছিল ক্ৰকাছ চিটি হল আক্ৰমণ। চাৰিজন বন্দুকধাৰীয়ে কনচাৰ্টলৈ যোৱা লোকসকলক লক্ষ্য কৰি সমন্বিতভাৱে গণ গুলীচালনা আৰু চেলেং আক্ৰমণ চলায়। লগতে জ্বলন্ত যন্ত্ৰ ব্যৱহাৰ কৰি সভাস্থলীত জুই লগাই দিয়ে। এই আক্ৰমণৰ ফলত কমেও ১৩৭জন লোকৰ মৰ্মান্তিক মৃত্যু হয় আৰু ১৮০ জনৰো অধিক লোক আহত হয়। ইয়াৰ কিছু সময়ৰ পিছতে আমাক নিউজ এজেন্সীৰ জৰিয়তে ইছলামিক ষ্টেট – খোৰাছান প্ৰভিন্সে (আই এছ–কে পি) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। উগ্ৰপন্থী হিংসাৰ অব্যাহত থকা ভাবুকিৰ ওপৰত আলোকপাত কৰি এই ঘটনাই জাতি আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল এক ভয়ানক সন্ত্ৰাসবাদৰ কাৰ্য্য।১ ২

তথ্যসূত্ৰ

  1. ↑ www.aljazeera.com/news/2024/3/23/moscow-concert-
  2. ↑ www.nytimes.com/live/2024/03/23/world/moscow-sho

সম্পৰ্কিত শ্ৰেণী

সন্ত্ৰাসবাদী আক্ৰমণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰকাছ চিটি হলত আক্ৰমণ” প্ৰবন্ধৰ সংশোধন ৪৩৪৭১২ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।