অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কোচা ৰাভা

<ref group="<ref> জনজাতি সমাজ সংস্কৃতি ">কোচা ৰাভা অসমৰ জনগোষ্ঠীৰ প্ৰধান জনজাতি ৰাভাৰ কেইটিমান ফৈদ আছে তাৰে ভিতৰত কোচা ৰাভা এটি উল্লেখযোগ্য | কোচা ৰাভা সকল প্ৰধানকৈ অসমৰ কোকৰাঝাৰ, ধুবুৰী জিলাৰ লগতে পশ্চিম বংগৰ কিছু এলেকাত আন কিছু দেশত বসবাস কৰি আছে | এওঁ লোকৰ নিজস্ব ভাষা সংস্কৃতি লোকাচাৰ আছে|…

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৫ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

<ref group="<ref> জনজাতি সমাজ সংস্কৃতি ">কোচা ৰাভা অসমৰ জনগোষ্ঠীৰ প্ৰধান জনজাতি ৰাভাৰ কেইটিমান ফৈদ আছে তাৰে ভিতৰত কোচা ৰাভা এটি উল্লেখযোগ্য | কোচা ৰাভা সকল প্ৰধানকৈ অসমৰ কোকৰাঝাৰ, ধুবুৰী জিলাৰ লগতে পশ্চিম বংগৰ কিছু এলেকাত আন কিছু দেশত বসবাস কৰি আছে |

এওঁ লোকৰ নিজস্ব ভাষা সংস্কৃতি লোকাচাৰ আছে| বিবাহ, পূজা, লোকবিশ্বাস, লোক ঔসুধ আদিৰ প্ৰচলন আছে| কোচা ৰাভা সকলৰ আৰাধ্য দেৱী হৈছে ৰন্তুক | ৰাভা সকলৰ নিজস্ব সাঁজ পাৰ আৰু ভাষা আছে | কোচা ৰাভা সকলে নিজে বোৱা কাপোৰ পৰিধান কৰে | মহিলা সকলে তাত শালত বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰে | ৰাভা মহিলা সকলে তিনিখলপীয়া পৰিধান কৰা বস্ত্ৰক লুফুন -কাম্বাং - কেমলেট বুলি জনা যায় | কাম্বাং কেমলেটৰ নিজস্ব ফুল চানেকি আছে।

কোচা ৰাভা সকলৰ প্ৰধান খাদ্য হৈছে ভাত আৰু তাৰ লগত বিভিন্ন ধৰণৰ আঞ্জা | ৰাভা সকলৰ প্ৰধান আঞ্জা হৈছে মূচুমুই |কোচা লৰাভা সকলৰ প্ৰধান জীৱিকা কৃষি আৰু তাৰ লগতে মাছ মৰা, হাবিৰ পৰা খৰি বুটলি বিক্ৰী কৰা আদি | কোচ ৰাভা সকলৰ প্ৰধান গোত্ৰ হৈছে পৗঞ্চিবক, কাৰা, নগৰা, কামা, লকবক ইত্যাদি গোত্ৰ পোৱা যায় | কোচ ৰাভা সকলৰ সমাজ মাতৃ তান্ত্ৰিক সমাজ | কোচ ৰাভা সকলৰ মাজত ঘৰ জোৱাই ৰখা বা পুনৰ বিবাহৰ প্ৰচলন আছে |

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচা ৰাভা” প্ৰবন্ধৰ সংশোধন ৫৩৯৩০৫ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।