অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কেলিগ্ৰাফী

কেলিগ্ৰাফী (লিপিবিদ্যা, লিপিকলা বা হস্তলিপি শিল্প হিচাপেও পৰিচিত; Calligraphy গ্ৰীক: καλλιγραφία) হৈছে হাতৰ আখৰৰ সৈতে সম্পৰ্কিত এক প্ৰকাৰৰ দৃশ্যমান শিল্পকলা। এই শিল্পৰ জৰিয়তে কলম বা ব্ৰাছৰ সহায়ত আখৰৰ নক্সা তৈয়াৰ কৰা হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কেলিগ্ৰাফী (লিপিবিদ্যা, লিপিকলা বা হস্তলিপি শিল্প হিচাপেও পৰিচিত; Calligraphy গ্ৰীক: καλλιγραφία) হৈছে হাতৰ আখৰৰ সৈতে সম্পৰ্কিত এক প্ৰকাৰৰ দৃশ্যমান শিল্পকলা।১ এই শিল্পৰ জৰিয়তে কলম বা ব্ৰাছৰ সহায়ত আখৰৰ নক্সা তৈয়াৰ কৰা হয়।

আধুনিক কেলিগ্ৰাফী ইমানেই বিস্তৃত যে অনেক ক্ষেত্ৰত আখৰসমূহকে পঢ়িব পৰা নাযায়। ধ্ৰুপদী কেলিগ্ৰাফী মুদ্ৰাক্ষৰশিল্প, অ-ধ্ৰুপদী হস্তলিপিতকৈ পৃথক, কিন্তু কেলিগ্ৰাফীত উভয় ৰীতিৰ প্ৰচলন আছে।২৩৪৫

বিবাহ বা অন্য কোনো অনুষ্ঠানৰ আমন্ত্ৰণপত্ৰ, মুদ্ৰাক্ষৰশিল্প, মূল হস্তলিখিত ল'গ' ডিজাইন কৰা, ধৰ্মীয় চিত্ৰ, ঘোষণা, দৃশ্যমান নক্সাকৰণ, স্মৃতি নথি আদিত কেলিগ্ৰাফীৰ ব্যৱহাৰ কৰা হয়। চলচ্চিত্ৰ আৰু টেলিভিশনত "প্ৰপ" আৰু চলন্ত চিত্ৰ হিচাপে, প্ৰশংসাপত্ৰ, জন্ম আৰু মৃত্যু নথি, মানচিত্ৰ আৰু অন্যান্য লিখন কাৰ্যত ইয়াৰ ব্যবহৃত হয়।৬৭

কেলিগ্ৰাফীত ব্যবহৃত সঁজুলিসমূহ

কেলিগ্ৰাফীক নিবৰ বিভিন্ন অংশৰ নাম।
কেলিগ্ৰাফীক নিবৰ বিভিন্ন অংশৰ নাম।ছবি: NotAnonymous · CC BY-SA 3.0

কেলিগ্ৰাফীৰ মূল সঁজুলিবোৰ হ'ল কলম আৰু ব্ৰাছ। কেলিগ্ৰাফী কলমৰ নিববোৰ চেপেটা, বৃত্তাকাৰ বা জোঙা হ’ব পাৰে।৮৯১০

চিত্ৰ সম্ভাৰ

বিভিন্ন ধৰণৰ কেলিগ্ৰাফী

সহায়ক গ্ৰন্থ আৰু ৰচনাপঞ্জি

  • (2005). SchreibKunstRaume: Kalligraphie im Raum Verlag. George D.W. Callwey GmbH & Co.K.G. ISBN 9783766716309
  • (2004). Miracle: a celebration of new life. Photogenique Publishers. ISBN 9780740746963

তথ্যসূত্ৰ

  1. ↑ Mediavilla, Claude,. Calligraphy: from calligraphy to abstract painting. ISBN 90-803325-1-8
  2. ↑ Pott, G. (2006). Kalligrafie: Intensiv Training. Verlag Hermann Schmidt. ISBN 9783874397001
  3. ↑ Pott, G. (2005). Kalligrafie: Erste Hilfe und Schrift-Training mit Muster-Alphabeten. Verlag Hermann Schmidt. ISBN 9783874396752
  4. ↑ Zapf, H. (2007). Alphabet Stories: A Chronicle of technical developments. Cary Graphic Arts Press. ISBN 9781933360225
  5. ↑ Zapf, H. (2006). The world of Alphabets: A kaleidoscope of drawings and letterforms CD-ROM
  6. ↑ Propfe, Joachim. (2005). SchreibKunstRäume - Kalligraphie im Raum. Callwey. ISBN 3-7667-1630-1
  7. ↑ Geddes, Anne. (2004). Miracle: a celebration of new life. Andrews McMeel Pub. ISBN 0-7407-4696-0
  8. ↑ Reaves, M. (2006). Brush Lettering: An instructional manual in Western brush calligraphy. Design Books
  9. ↑ (1985). The Calligrapher's Handbook. Taplinger Publishing Co
  10. ↑ (1976). Calligrapher's Handbook. Pentalic

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলিগ্ৰাফী” প্ৰবন্ধৰ সংশোধন ৬৩৮৫০০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।