অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Kempegowda International Airport; ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ; IATA: BLR – ICAO: VOBL) বেংগালুৰুত অৱস্থিত মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ‌ বিমানবন্দৰটি দেৱেনাহাল্লী নামৰ অঞ্চলটোৰ ৪৭০০ একৰ মাটিকালিত বিস্তৃত হৈ আছে।

হালনাগাদ: ১০ মে’ ২০২৫ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Kempegowda International Airport; ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ; IATA: BLR – ICAO: VOBL) বেংগালুৰুত অৱস্থিত মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ‌ বিমানবন্দৰটি দেৱেনাহাল্লী নামৰ অঞ্চলটোৰ ৪৭০০ একৰ মাটিকালিত বিস্তৃত হৈ আছে। ‌ বিমানবন্দৰটি প্ৰথমে ২০০৮ চনত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে মুকলি কৰা হৈছিল। ‌ ২০১৩ চনত কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পুনৰ নামকৰণ কৰা হয়। ‌ উল্লেখ্য যে মহাৰজা কেম্পেগৌড়া (প্ৰথম) য়ে প্ৰথম বেংগালুৰুৰ স্থাপন কৰিছিল।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ” প্ৰবন্ধৰ সংশোধন ৫০৭৪৮৬ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।