অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাৰ্ল গুষ্টাভ য়ুং

কাৰ্ল গুষ্টাভ য়ুং (Carl Gustav Jung) আছিল এজন ছুইচ মনোচিকিৎসক আৰু মনোবিশ্লেষক। তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ কৰ্মৰাজীয়ে মনোচিকিৎসা, নৃতত্ব, সাহিত্য, দৰ্শন আৰু ধৰ্মীয় অধ্যয়নৰ ক্ষেত্ৰখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

হালনাগাদ: ৩০ জুন ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

কাৰ্ল গুষ্টাভ য়ুং (Carl Gustav Jung) আছিল এজন ছুইচ মনোচিকিৎসক আৰু মনোবিশ্লেষক। তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ কৰ্মৰাজীয়ে মনোচিকিৎসা, নৃতত্ব, সাহিত্য, দৰ্শন আৰু ধৰ্মীয় অধ্যয়নৰ ক্ষেত্ৰখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। যুঙে এজন গৱেষক বিজ্ঞানী হিচাপে কাম কৰি থকা অৱস্থাতে মনোবিশ্লষণৰ প্ৰতিষ্ঠাতা চিগ্‌মণ্ড ফ্ৰয়েডৰ সংস্পৰ্শলৈ আহে। তেওঁলোক দুয়োজনে একেলগে বহুবছৰ ধৰি কাম কৰাৰ উপৰিও মনোবিজ্ঞানৰ ক্ষেত্ৰখনলৈ বিভিন্ন অৱদান আগবঢ়ায়।

চিন্তাৰাজি

প্ৰাথমিক পৰ্যায়ত য়ুঙৰ চিন্তাৰাজি গঠিত হৈছিল পৰিয়়ালৰ প্ৰভাৱত। তেওঁৰ মাক এগৰাকী ধৰ্মপৰায়ণা মহিলা আছিল। তেওঁৰ ধৰ্মৰ ওপৰত যথেষ্ট অধ্যয়ন আছিল। আনহাতে তেওঁৰ ককাদেউতাক এগৰাকী চিকিৎসক আৰু বিজ্ঞানী আছিল। যদিও তেওঁ এজন লেখক আৰু চিকিৎসক আছিল তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল আৰু গোটেই জীৱন ব্যয় কৰিছিল পদাৰ্থবিজ্ঞান, প্ৰাচ্য আৰু পাশ্চাত্য দৰ্শন,ৰসায়ন,জ্যোতিৰ্বিজ্ঞান,সমাজবিজ্ঞান আৰু কলা-সাহিত্যৰ অধ্যয়নত।

মুখ্য ধাৰণাসমূহ

য়ুঙে আগবঢ়োৱা বিশ্লেষণাত্মক মনোবিজ্ঞানৰ মুখ্য ধাৰণাসমূহ তলত আগবঢ়োৱা হʼল।

সম্পৰ্কিত শ্ৰেণী

ছুইজাৰলেণ্ডৰ ব্যক্তিচিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্ল গুষ্টাভ য়ুং” প্ৰবন্ধৰ সংশোধন ৬১৫০৪৫ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।