সমাজ
১৬ প্ৰবন্ধ
-
আইন
আইন হৈছে এনে এক নিয়মৰ গোট যিবোৰ সামাজিক বা চৰকাৰী প্ৰতিষ্ঠানে আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ সৃষ্টি কৰে আৰু বলবৎ কৰিব পাৰে। ইয়াৰ নিৰ্দিষ্ট সংজ্ঞা দীৰ্ঘদিনীয়া বিতৰ্কৰ বিষয়। ইয়াক বিভিন্ন ধৰণে বিজ্ঞান আৰু ন্যায়ৰ কলা হিচাপে বৰ্ণনা কৰা হৈছে।
-
মানৱ অধিকাৰ
মানৱ অধিকাৰ হৈছে সাৰ্বজনীনভাৱে স্বীকৃতিপ্ৰাপ্ত নৈতিক নীতি বা নীতি যিয়ে মানৱ আচৰণৰ মানদণ্ড স্থাপন কৰে আৰু ইয়াক প্ৰায়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন উভয়ৰে দ্বাৰা সুৰক্ষিত কৰা হয়।
-
সমাজ
সমাজ (Society) হৈছে সাধাৰণতে একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্টসম্পন্ন একে সামাজিক সম্পৰ্কেৰে জড়িত ব্যক্তিৰ এটা গোট, বা একে স্থানিক বা সামাজিক ক্ষেত্ৰত বসবাস কৰা এক বৃহৎ সামাজিক গোট(Group)।
-
কাপোৰ
কাপোৰ বা বস্ত্ৰ বা পোছাক বুলি ক'লে শৰীৰৰ বিভিন্ন অংশৰ কৃত্ৰিম আৱৰণক বুজায়। পৃথিৱীৰ সকলো সমাজতে কাপোৰৰ প্ৰচলন আছে। মানুহে কৰ্মক্ষেত্ৰত সুবিধাৰ বাবে, বতৰৰ পৰা ৰক্ষা পাবলৈ, সামাজিক আৰু সাংস্কৃতিক কাৰণত বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে।
-
যুদ্ধ
যুদ্ধ হৈছে সশস্ত্ৰ সংঘাত। যি ৰাজ্যসমূহৰ সশস্ত্ৰ বাহিনীৰ মাজত, বা চৰকাৰী বাহিনীৰ সৈতে সংগঠিত সশস্ত্ৰ গোটসমূহৰ মাজত সংঘটিত হয়। এইটো সাধাৰণতে ব্যাপক হিংসা, ধ্বংস আৰু মৃত্যু দ্বাৰা চিহ্নিত হয়, য'ত নিয়মীয়া সেনা বা অনিয়মীয়া সেনা ব্যৱহৃত হয়।
-
ব্যৱসায়
ব্যৱসায় (Business) হৈছে জীৱিকা উপাৰ্জন অথবা ধন লাভ কৰাৰ কাৰণে ক্ৰয়-বিক্ৰয়ৰ জৰিয়তে সামগ্ৰী উৎপাদন অথবা বিতৰণ কৰাৰ কাৰ্য। এইটো "যিকোনো কাৰ্যকলাপ বা উদ্যোগ যি লাভৰ উদ্দেশ্যে কৰা হয়" বুলি বৰ্ণনা কৰা হৈছে।
-
ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী
ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী (Culture and menstruation) এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই প্ৰক্ৰিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে।
-
মতাদৰ্শ
মতাদৰ্শ ( Ideology), মতবাদ বা মতবিজ্ঞান হৈছে কোনো ব্যক্তি বা ব্যক্তিৰ গোটৰ ওপৰত আৰোপ কৰা বিশ্বাস বা মূল্যবোধৰ গোট, বিশেষকৈ যিবোৰ কাৰণত ৰখা হয় যিবোৰ কেৱল কিছুমান জ্ঞানত বিশ্বাসৰ বিষয়ে নহয়, য'ত "ব্যৱহাৰিক উপাদানসমূহ তাত্ত্বিক উপাদানৰ দৰেই বিশিষ্ট"।
-
সভ্যতা
সভ্যতা হ'ল ৰাষ্ট্ৰৰ বিকাশ, সামাজিক স্তৰবিন্যাস, নগৰায়ন, আৰু চিহ্নিত বা কথিত ভাষাৰ (যেনে, লিখা ব্যৱস্থা ) বাহিৰেও যোগাযোগৰ প্ৰতীকী ব্যৱস্থাৰ দ্বাৰা চিহ্নিত যিকোনো জটিল সমাজ।
-
অপৰাধ
অপৰাধ (Crime, Misdemeanor, Felony) হ'ল কোনো ব্যক্তিয়ে আইনৰ বিৰুদ্ধে সংঘটিত কৰা কাৰ্য্য। কোনো দেশ বা অঞ্চলত শান্তি -শৃংখলা বজাই ৰাখিবলৈ প্ৰণয়ন কৰা আইন উলংঘা কৰা যিকোনো কামক অপৰাধ বুলি গণ্য কৰা হয়। অপৰাধ গুৰুতৰ আৰু সৰু দুয়োটা হ’ব পাৰে।
-
উত্তৰ-ঔপনিবেশিকতাবাদ
উত্তৰ-উপনিৱেশবাদ (Postcolonialism) বা উত্তৰ-ঔপনিৱেশিক তত্ত্ব (Postcolonial Theory) হ'ল সাহিত্য, সমাজবিজ্ঞান, নৃতত্ত্ব আদি বহু ক্ষেত্ৰত ব্যৱহৃত এটা তাত্ত্বিক ধাৰণা, যাৰ উদ্দেশ্য হৈছে ঔপনিৱেশিক শাসনৰ ইতিহাস, প্ৰভাৱ, সাংস্কৃতিক আধিপত্য আৰু উপনিবেশ-উত্তৰকালীন সমাজৰ পৰিৱৰ্তনসমূহ বিশ্লেষণ কৰা।
-
কাৰ্যপালিকা
কাৰ্য্যপালিকা(Executive (Government)) হৈছে চৰকাৰৰ এটা অংশ যিয়ে আইন কাৰ্যকৰী বা বলবৎ কৰে।গণতান্ত্ৰিক শাসন ব্যৱস্থাত কাৰ্যপালিকাক চৰকাৰ এটা অপৰিহাৰ্য অংগ বুলি গন্য কৰা হয়।
-
সাৰ্বভৌমত্ব
সাৰ্বভৌমত্ব (Sovereignty) ৰাষ্ট্ৰৰ সৰ্বময় কৰ্তৃত্বসূচক ক্ষমতাক সাৰ্বভৌমত্ব বোলা হয়। ই ৰাষ্ট্ৰৰ আটাইতকৈ উল্লেখযোগ্য আৰু অপৰিহাৰ্য উপাদান। ৰাষ্ট্ৰ আৰু অন্যান্য সামাজিক অনুষ্ঠানৰ মাজত প্ৰভেদ নিৰ্ণয় কৰা হয় সাৰ্বভৌমত্বৰ দ্বাৰা। সাৰ্বভৌমত্বৰ প্ৰকৃত অৰ্থ সৰ্বোচ্চ ক্ষমতা।
-
কাথোয়ে
কাথোয়ে(Kathoey) বা কাটৈ(katoey) (খ্মেৰ: ខ្ទើយ; khtəəy, লাও: ກະເທີຍ; ka thœ̄i, থাই: กะเทย; RTGS: kathoei; থাই উচ্চাৰণ: [kàttʰɤ˜j]) এটা পৰিচয় কম্বোডিয়া, লাওছ আৰু থাইলেণ্ডৰ লোক, যাৰ পৰিচয় ইংৰাজীত কিছুমান ক্ষেত্ৰত হিজড়া মহিলা বুলি বৰ্ণনা কৰা হ'ব পাৰে, বা আন কিছুমান ক্ষেত্ৰত নাৰীসুলভ সমকামী পুৰুষ…
-
নৱন্যাসবাদ
নৱন্যাসবাদ মূলতঃ এনে এক সাহিত্যিক দৃষ্টিভংগী যি যুক্তিবাদী চিন্তাতকৈ ভাববাদী চিন্তাক অধিক প্ৰাধান্য দিয়ে, আৰু জগৎ-সংসাৰৰ কেন্দ্ৰত ব্যক্তিক নিদিষ্টকৈ স্থাপন কৰে। আধুনিক গণতান্ত্ৰিক সমাজ-ৰচনাত নৱন্যাসবাদী চিন্তাৰ অৱদান নগণ্য নহয়।
-
সম্প্ৰদায়
সম্প্ৰদায় হৈছে সৰু বা ডাঙৰ জনগোষ্ঠী যাৰ ভিতৰত কিছু বিষয়; যেনে সামাজিক প্ৰথা, ধৰ্ম, মূল্যবোধ আৰু সামাজিক পৰিচয়ৰ মিল থাকে। সম্প্ৰদায় প্ৰায়েই এটা নিৰ্দিষ্ট ভৌগোলিক অৱস্থাৰ (যেনে: দেশ, চহৰ, বা গাঁও) আধাৰত গঢ় লৈ উঠে। যদিও সকলো ক্ষেত্ৰত নহয়।