কফিল উদ্দিন ছোনাৰ বাংলাদেশৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ১৯৮৮ সনত বাংলাদেশৰ জাতীয় সংসদৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল।১ ২০১৯ চনৰ ২৫ অক্টোবৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হৈছিল।২
তথ্যসূত্ৰ
- ↑ ৪ৰ্থ জাতীয় সংসদে নিৰ্বাচিত মাননীয় সংসদ-সদস্যদেৰ নামেৰ তালিকা. www.parliament.gov.bd
- ↑ (27 October 2019). মান্দায় সাবেক সাংসদ কফিল সোনাৰ আৰ নেই. Dainik Sunshine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কফিল উদ্দিন ছোনাৰ” প্ৰবন্ধৰ সংশোধন ৩৯৬০৩০ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।