অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

এণ্টিগুৱা আৰু বাৰ্বুডা

এণ্টিগুৱা আৰু বাৰ্বুডা কেৰিবিয়ান আৰু আটলাণ্টিক মহাসাগৰৰ মাজৰ এখন দ্বীপ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰত দুখন দ্বীপ আছে।

হালনাগাদ: ২৮ এপ্ৰিল ২০২২ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এণ্টিগুৱা আৰু বাৰ্বুডা কেৰিবিয়ান আৰু আটলাণ্টিক মহাসাগৰৰ মাজৰ এখন দ্বীপ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰত দুখন দ্বীপ আছে।১

প্ৰশাসন

এণ্টিগুৱা আৰু বাৰ্বুডাক কেইখনমান পেৰিচ আৰু দিপেণ্ডেঞ্চিত বিভক্ত কৰা হৈছে। বৰ্তমান এই দেশত ৬খন পেৰিচ আৰু ২খন দিপেণ্ডেঞ্চি আছে।

পেৰিচসমূহ

  • চেইণ্ট জৰ্জ
  • চেইণ্ট জন
  • চেইণ্ট মেৰি
  • চেইণ্ট পল
  • চেইণ্ট পিটাৰ
  • চেইণ্ট ফিলিপ

দিপেণ্ডেঞ্চি

  • বাৰ্বুডা
  • ৰেডণ্ডা

তথ্যসূত্ৰ

  1. ↑ www.listofcountriesoftheworld.com/am.html

সম্পৰ্কিত শ্ৰেণী

উত্তৰ আমেৰিকাৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্টিগুৱা আৰু বাৰ্বুডা” প্ৰবন্ধৰ সংশোধন ৩১৯৭২২ (২৮ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।