অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

এছিয়া মহাদেশ পৰা অস্কাৰ বঁটা বিজয়ী আৰু মনোনীতৰ তালিকা

বিশ্বৰ সৰ্ববৃহত্ মহাদেশ এছিয়া জনসংখ্য়াৰ ফালৰ পৰাও সৰ্বোচ্চ। সেই অনুপাতে মহাদেশখনৰ মুঠ ৪৪ খন দেশৰ বিভিন্ন পৰিচালকে নিৰ্মাণ কৰা বিভিন্ন চলচিত্ৰ বিশ্বৰ সৰ্বোত্তম চলচিত্ৰ বঁটা অস্কাৰৰ বাবে বিভিন্ন সময়ত নিৰ্বাচিত হৈছে আৰু বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিশ্বৰ সৰ্ববৃহত্ মহাদেশ এছিয়া জনসংখ্য়াৰ ফালৰ পৰাও সৰ্বোচ্চ। সেই অনুপাতে মহাদেশখনৰ মুঠ ৪৪ খন দেশৰ বিভিন্ন পৰিচালকে নিৰ্মাণ কৰা বিভিন্ন চলচিত্ৰ বিশ্বৰ সৰ্বোত্তম চলচিত্ৰ বঁটা অস্কাৰৰ বাবে বিভিন্ন সময়ত নিৰ্বাচিত হৈছে আৰু বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।

চলচিত্ৰ শিতানত অস্কাৰলৈ নিৰ্বাচিত হোৱা আৰু বঁটা জয় কৰা চলচিত্ৰসমূহৰ তালিকা তলত দিয়া ধৰণৰঃ

শ্ৰেষ্ঠ বোলছবি শিতানত এছিয়া মহাদেশৰ পৰা নিৰ্বাচিত আৰু বঁটা বিজয়ী চলচিত্ৰৰ তালিকাঃ

শ্ৰেষ্ঠ বোলছবি
বৰ্ষনামদেশবোলছবিস্থিতিমাইলৰ খুটি / দ্ৰষ্টব্য
১৯৭৩উইলিয়াম পিটাৰ ব্লেটী/The Exorcistলেবানন বংশোদ্ভৱ। শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হোৱা এছিয়ান বংশৰ প্ৰথমজন আমেৰিকান।
১৯৮০ৰ'নাল্ড এল শ্বৱাৰীOrdinary Peopleলেবানন বংশোদ্ভৱ১ শ্ৰেষ্ঠ ছবিৰ বাবে বিজয়ী হোৱা এছিয়ান বংশৰ প্ৰথমজন আমেৰিকান।
১৯৮৪A Soldier's Story
১৯৮৬ইছমাইল মাৰ্চেণ্ট/A Room with a Viewভাৰতীয় বংশোদ্ভৱ.২
১৯৮৮হেংক মুঞ্জিয়ান/Dangerous Liaisonsআমেৰিকান বংশোদ্ভৱ৩ (নৰ্মান হেইমেনৰ লগত যুটীয়াভাৱে)
১৯৮৯টনি থমাছ/Dead Poets Societyলেবানন বংশোদ্ভৱ
১৯৮৯এ. কিটমেন হো/Born on the Fourth of Julyচীনা বংশোদ্ভৱ প্ৰথম ভাৰতীয়-আমেৰিকান যি শ্ৰেষ্ঠ বোলছবিৰ বাবে মনোনীত৪ (অলিভাৰ ষ্টনৰ লগত যুটীয়াভাৱে)
১৯৯১JFK(Shared with Oliver Stone.)
১৯৯২ইছমাইল ব্যৱসায়ী/Howards Endভাৰতীয় বংশোদ্ভৱ.২
১৯৯৩The Remains of the Dayভাৰতীয় বংশোদ্ভৱ.২ (Shared with Mike Nichols and John Calley.)
১৯৯৪ৰিচাৰ্ড চাকাই/Jerry Maguireজাপানী আমেৰিকান৫ (Shared with James L. Brooks, Laurence Mark, and Cameron Crowe)
২০০০এং লি উইলিয়াম কং হো লি-কংCrouching Tiger, Hidden Dragonতিনিও চীনা বংশোদ্ভৱ৬৭
২০১১থমাচ লংমেন/The Artistলেবানন বংশোদ্ভৱ৮৯১০
২০১২এং লিLife of Piটাইৱানীজ (গিল নেট্টাৰ আৰু ডেভিদ ৱৰ্মকাৰৰ সতে একত্ৰভাৱে)
২০১৯কাৱা চিন এই বং জোন হোParasiteকোৰিয়ান এছিয়া মহাদেশৰ প্ৰথম শ্ৰেষ্ঠ ছবি নিৰ্মাতাৰ বঁটা লাভ কৰোঁতা।
২০২০খ্ৰীষ্টিনা হো/Minari১১কোৰিয়ান-আমেৰিকান
ক্লৌ জুৱানNomadlandচীনা বংশোদ্ভৱ
২০২১টেৰুহিছা য়ামামাটোDrive My Carজাপানী১২
টানিয়া চেঘাটচিন/The Power of the Dogআমেৰিকান বংশোদ্ভৱ ( জেনী কেম্পিয়ন, ইয়ান কেনিং, ৰজাৰ ফ্ৰেপিয়াৰ, আৰু ইমিলি শ্বেৰমানৰ সৈতে একত্ৰভাৱে।)
২০২২জনাথান ৱাং/Everything Everywhere All at Oncerowspan=2দুয়ো চীনা বংশোদ্ভৱ (Shared with Daniel Scheinert)
ডেনিয়েল খোৱান//

তথ্যসূত্ৰ

  1. ↑ Schwary's paternal grandmother Sophia Schwary Fliofel (1865-1955) was born in Zahle, Lebanon as can be seen in her death certificate in 1955 His paternal grandfather Louis M. Schwary was from Beirut, Lebanon and his uncle was born there as well. His maternal grandfather Abraham J Ablan was from Batroun, Lebanon and his maternal grandmother Nezzera Zlaket and granduncle Kalil Zlaket were from Zahle, Lebanon. Marriage certificate of Ronald Schwary's parents in 1940. Information from the National Archives, United States.
  2. ↑ Claiborne, Craig. (August 31, 1986). FOOD; CURRYING FLAVOR. The New York Times
  3. ↑ (2012-10-09). Producer Hank Moonjean dies. Variety
  4. ↑ Official Site / A. Kitman Ho Bio / Reservation Road. Focus Features
  5. ↑ Spickard, Paul R. (2008). Japanese Americans: The Formation and Transformations of an Ethnic Group. Rutgers University Press. পৃ. 155. ISBN 978-0813544335
  6. ↑ (August 16, 2015). Meet Bill Kong. The Star
  7. ↑ Lee, Daw-Ming. (2012). Historical Dictionary of Taiwan Cinema. Scarecrow Press. পৃ. 202. ISBN 978-0810867925
  8. ↑ Thomas Langmann, le nouveau nabab
  9. ↑ Ronald Bergan. (14 January 2009). Obituary: Claude Berri | Film. The Guardian
  10. ↑ (1975). Film – British Federation of Film Societies, Federation of Film Societies (Great Britain) – Google Books
  11. ↑ (15 March 2021). The full list of 2021 Oscar nominations. Guardian
  12. ↑ Schley, Matt. (22 March 2022). Making 'Drive My Car': filmmakers talk production challenges, pushing for a bigger budget. The Hollywood Reporter

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছিয়া মহাদেশ পৰা অস্কাৰ বঁটা বিজয়ী আৰু মনোনীতৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৫৫৩৯০ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।