ঌ (লি) বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিছা হৈছে। ঌ বৰ্ণটো দেখাত প্ৰায় ৯ সংখ্যাটোৰ দৰে যদিও আকাৰৰ ক্ষেত্ৰত ই ৯-তকৈ সামান্য ডাঙৰ।
ব্যৱহাৰ
ঌ-কাৰযুক্ত শব্দ
- কৢপ্তি
- কৢপ্ত
ইউনিক’ড
| ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ১ |
|---|---|---|---|---|
| স্বতন্ত্ৰ ৰূপ | ঌ | U+098C | BENGALI LETTER VOCALIC L | |
| গৌণ ৰূপ | ৢ | U+09E2 | BENGALI VOWEL SIGN VOCALIC L |
আৰু চাওক
তথ্যসূত্ৰ
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঌ” প্ৰবন্ধৰ সংশোধন ৬৩৩০৮২ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।