অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইষ্টানবুল

ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্‌বুল্‌) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়।

হালনাগাদ: ২৯ মে’ ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
১৮৭৬ চনৰ ইষ্টানবুল
১৮৭৬ চনৰ ইষ্টানবুলছবি: Public domain

ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্‌বুল্‌) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল। ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ।

Constantine I
Constantine Iছবি: Jean-Christophe BENOIST · CC BY 2.5

জনসংখ্যা

ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে। অনুমাণিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।

চনজনসংখ্যা
৩৩০৪০,০০০
৪৪০৫,০০,০০০
৫৩০৫,৫০,০০০
৫৪৫৩,৫০,০০০
৭১৫৩,০০,০০০
৯৫০৪,০০,০০০
১২০০১৫০,০০০
১৪৫৩৩৬,০০০
১৪৭৭৭৫,০০০
১৫৬৬৬০০,০০০
১৮১৭৫০০,০০০
১৮৬০৭১৫,০০০
১৮৮৫৮৭৩,৫৭০
১৮৯০৮৪০,০০০
১৮৯৭১,০৫৯,০০০
১৯০১৯৪২,৯০০
১৯১৪৯০৯,৯৭৮
অক্টোবৰ ১৯২৭৬৮০,৮৫৭
অক্টোবৰ ১৯৩৫৭৪১,১৪৮
অক্টোবৰ ১৯৪০৭৯৩,৯৪৯
অক্টোবৰ ১৯৪৫৮৬০,৫৫৮
অক্টোবৰ ১৯৫০৯৮৩,০৪১
অক্টোবৰ ১৯৫৫১,২৬৮,৭৭১
অক্টোবৰ ১৯৬০১,৪৩৬,৫৩৫
অক্টোবৰ ১৯৬৫১,৭৪২,৯৭৮
অক্টোবৰ ১৯৭০২,১৩২,৪০৭
অক্টোবৰ ১৯৭৫২,৫৪৭,৩৬৪
অক্টোবৰ ১৯৮০২,৭৭২,৭০৮
অক্টোবৰ ১৯৮৫৫,৪৭৫,৯৮২
অক্টোবৰ ১৯৯০৬,৬২০,২৪০
নবেম্বৰ ১৯৯৭৮,২৬০,৪৩৭
অক্টোবৰ ২০০০৮,৮০৩,৪৬০
জানুৱাৰী ২০০৫৯,৭৯৭,৫৩৬
জানুৱাৰী ২০০৬১০,০৩৪,৮৩০
জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়
জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়ছবি: Robert Raderschatt · CC BY-SA 3.0

শিক্ষা

তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত। সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে। বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া, ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া, ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতম।

ব্ৰীজ ৰুটিহৰ পৰা এক আকৰ্ষণীয় দৃশ্য
ব্ৰীজ ৰুটিহৰ পৰা এক আকৰ্ষণীয় দৃশ্যছবি: please put the following link as a backlink in your article: Istanbul Tipps - Pi · CC BY-SA 3.0 de

চিত্ৰমালা

.]]

accessdate=19 April 2012}}</ref>
accessdate=19 April 2012}}</ref>ছবি: VikiPicture · CC BY-SA 3.0

is one of the largest covered markets in the world.]]

New Year's Eve decorations in Nişantaşı shopping district
New Year's Eve decorations in Nişantaşı shopping districtছবি: Ail Subway · CC BY 3.0

'' is one of Turkey's most circulated newspapers.]]

, the city's oldest Turkish institution, established in 1453.]]

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইষ্টানবুল” প্ৰবন্ধৰ সংশোধন ৫১৩৫৭৯ (২৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।