অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প

ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প (Event Horizon Telescope) এটা বৃহৎ গোলকীয় ৰেডিঅ' টেলিস্ক'পৰ নেটৱৰ্ক। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক প্ৰকল্প। ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পৰ সহযোগতেই কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি উলিওৱা হয়।

হালনাগাদ: ২৪ মে’ ২০২০ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প (Event Horizon Telescope) এটা বৃহৎ গোলকীয় ৰেডিঅ' টেলিস্ক'পৰ নেটৱৰ্ক। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক প্ৰকল্প। ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পৰ সহযোগতেই কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি উলিওৱা হয়। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটোত মুঠতে ৮টা ৰেডিঅ' টেলিস্ক'প পৃথিৱী ব্যাপী আছে১।

ৰেডিঅ' টেলিস্ক'পসমূহ

২০১৭ চনৰ ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পসমূহ হ'ল ছাবমিলিমিটাৰ টেলিস্ক'প (আৰিজনা ৰেডিঅ' অবজাৰবেটৰিৰ অংশ), আতাকামা পাথ্‌ফাইন্দাৰ এক্সপাৰিমেণ্ট, আই আৰ এ এম ৩০ মিটাৰ টেলিস্ক'প, জেমছ ক্লাৰ্ক মেক্সৱেল টেলিস্ক'প, লাৰ্জ মিলিমিটাৰ টেলিস্ক'প "আলফনছ' ছেৰান'", চাবমিলিমিটাৰ এৰে, এ এল এম এ আৰু ছাউথ প'ল টেলিস্ক'প১।

তথ্যসূত্ৰ

  1. ↑ eventhorizontelescope.org/

সম্পৰ্কিত শ্ৰেণী

মহাকাশবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প” প্ৰবন্ধৰ সংশোধন ২৩১১৯৯ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।