ইন্দিৰা শৰ্মা (Indira Sharma) শিশু মনোৰোগ আৰু মহিলাৰ মানসিক স্বাস্থ্যৰ এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ। তেখেত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক আৰু মনোৰোগ বিভাগৰ মুৰব্বী।১ ২০১৩ চনৰ জানুৱাৰী মাহত তেখেত ভাৰতীয় মনোৰোগ সমাজৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।২
তথ্যসূত্ৰ
- ↑ Faculty list: Department of Psychiatry. Banaras Hindu University
- ↑ (11 January 2013). Judges handling rape cases need psychiatry courses. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৪৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।