অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইন্দিৰা দেৱী

ইন্দিৰা দেৱী (জন্ম: Effie Hippolet; Indira Devi) ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক নিৰ্বাক যুগৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁৰ জন্মৰ নাম আছিল এফি হিপ'লেট।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইন্দিৰা দেৱী (জন্ম: Effie Hippolet; Indira Devi) ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক নিৰ্বাক যুগৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁৰ জন্মৰ নাম আছিল এফি হিপ'লেট।১২

কৰ্মজীৱন

ইন্দিৰা দেৱীৰ জন্ম কলিকতাৰ এংলো-ইণ্ডিয়ান সম্প্ৰদায়ত হৈছিল।৩ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক নিৰ্বাক যুগৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী আছিল। বিয়াৰ পিছতে ১৯৩০ দশকৰ আৰম্ভণিতে তেওঁ চলচ্চিত্ৰীয় জীৱনৰ পৰা আতঁৰি আহিছিল। শ্বেৰ-ই-আৰব/ আৰব্য ৰজনী (১৯৩০) ছবিখনত পৃথ্বীৰাজ কাপুৰৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৫ চনত তেওঁ পুনৰ চলচ্চিত্ৰলৈ ঘূৰি আহে।

সীমিত চলচ্চিত্ৰপঞ্জী

  • মিলাপ (১৯৩৭)
  • ৱামক আজৰা/ সচ্চী মহব্বত (১৯৩৫)
  • শ্বেৰ-ই-আৰৱ/আৰব্য ৰজনী (১৯৩০)
  • বামন অৱতাৰ (১৯৩০)
  • গণেশ জনম (১৯৩০)
  • ৰাজসিংহ (১৯২৯)
  • কপাল কুণ্ডলা (১৯২৯)
  • দুৰ্গেশ নন্দিনী (১৯২৭)
  • পুনৰ্জন্ম (১৯২৭)
  • জয়দেৱ (১৯২৬)

তথ্যসূত্ৰ

  1. ↑ Tejaswini Ganti. (2 August 2004). Bollywood: A Guidebook to Popular Hindi Cinema. Taylor & Francis. পৃ. 230. ISBN 978-1-134-44222-5
  2. ↑ Omita Goyal. (10 December 2014). Interrogating Women's Leadership and Empowerment. SAGE Publishing India. পৃ. 151. ISBN 978-93-5150-471-9
  3. ↑ Sukanta Chaudhuri. (1990). Calcutta, the Living City: The present and future. Oxford University Press. পৃ. 294. ISBN 9780195625868

সম্পৰ্কিত শ্ৰেণী

নিৰ্বাক চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৮৫৫১৯ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।