অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

আৰ্ডুইন'

আৰ্ডুইন হ'ল এটি ছফ্টৱেৰ প্ৰতিষ্ঠান, প্ৰকল্প তথা ব্যৱহাৰকাৰী সমাজ যিয়ে পৰিকলন যন্ত্ৰৰ মুক্ত-উৎসৰ ছফ্টৱেৰ, মাইক্ৰ'কণ্ট্ৰলাৰ-আধাৰিত বহু সৰঞ্জাম আৰু আন ব্যৱহাৰ্য্য বস্তু নিৰ্মাণ কৰে। পূৰ্বতে সঠিক অৱস্থাত সজ্জিত বা নিজে সজাই ল'ব পৰা ৰূপত আৰ্ডুইন'ৰ কিট ক্ৰয় কৰিবলৈ পোৱা যায়।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৪ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

আৰ্ডুইন হ'ল এটি ছফ্টৱেৰ প্ৰতিষ্ঠান, প্ৰকল্প তথা ব্যৱহাৰকাৰী সমাজ যিয়ে পৰিকলন যন্ত্ৰৰ মুক্ত-উৎসৰ ছফ্টৱেৰ, মাইক্ৰ'কণ্ট্ৰলাৰ-আধাৰিত বহু সৰঞ্জাম আৰু আন ব্যৱহাৰ্য্য বস্তু নিৰ্মাণ কৰে। ১

পূৰ্বতে সঠিক অৱস্থাত সজ্জিত বা নিজে সজাই ল'ব পৰা ৰূপত আৰ্ডুইন'ৰ কিট ক্ৰয় কৰিবলৈ পোৱা যায়। আডাফ্ৰুইট ইণ্ডাষ্ট্ৰিজৰ অনুমানৰ মতে, ২০১১ৰ মাজলৈ ৩ লাখতকৈ অধিক আৰ্ডুইন' নিৰ্মিত হৈছিল।২ আৰু ২০১৩ত ৭০০০০০ ফলক ব্যৱহৃত হৈছিল৩

আনুষ্ঠানিক ফলকসমূহ

প্ৰথমে ইটালিৰ স্মাৰ্ট প্ৰজেক্টছে আৰ্ডুইন' হাৰ্ডৱেৰ নিৰ্মাণ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Arduino - Introduction. arduino.cc
  2. ↑ (May 15, 2011). How many Arduinos are "in the wild?" About 300,000. Adafruit Industries
  3. ↑ (April 5, 2013). Arduino FAQ – With David Cuartielles. Malmö University

সম্পৰ্কিত শ্ৰেণী

কোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্ডুইন'” প্ৰবন্ধৰ সংশোধন ৪১৯৬০৪ (২৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।