আল-আমিন এডুকেশ্যনেল ছ’চাইটি ১৯৬৬ চনত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বাংগালুৰু চহৰত আৰম্ভ কৰা হৈছিল।১ মুমতাজ আহমেদ খান আল-আমিন এডুকেচনেল ছ'চাইটিৰ প্ৰতিষ্ঠাপক।২ আল-আমিন এডুকেচনেল ছ'চাইটিৰ প্ৰায় ২০টা শাখা আৰু সমগ্ৰ ভাৰততে ২০০ খন প্ৰতিষ্ঠান আৰম্ভ আৰু প্ৰতিষ্ঠা কৰাত তেওঁক বহুসংখ্যক সমাজকৰ্মীয়ে সহায় কৰিছিল।৩
ইতিহাস
মুমতাজ আহমেদ খান আল-আমিন এডুকেচনেল ছ'চাইটিৰ প্ৰতিষ্ঠাপক।৪৫ ৩১ বছৰ বয়সত ১৯৬৬ চনত খানে আল আমিন আন্দোলন প্ৰতিষ্ঠা কৰে। কৰ্ণাটক বিধান পৰিষদৰ সদস্য আব্বাছিয়া বেগমক প্ৰথম অধ্যক্ষ নিৰ্বাচিত কৰা হয়।
গঠন

| পদ | বিৱৰণ |
|---|---|
| প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ | মুমতাজ আহমেদ খান৬ |
| উপাধ্যক্ষ আহমেদ শ্বৰীফ চিৰাজ | |
| উপাধ্যক্ষ | জিয়াউদ্দিন |
| সন্মানীয় সচিব | জুবেইৰ আনোৱাৰ৭ |
| যুটীয়া সচিব | আফজল ইব্ৰাহিম খান |
| কোষাধ্যক্ষ ড° মাচুদ আলি খান |
কাৰ্যকলাপ
ভাৰতীয় পৰিকল্পনা আয়োগৰ সদস্য চৈয়দা ছাইয়দীন হামিদক ২০০৭ চনৰ ২৩ জানুৱাৰীত সম্পাদক, অধ্যক্ষ আৰু উপ-সভাপতিৰ দ্বাৰা আল-আমিন অল ইণ্ডিয়া কমিউনিটি লিডাৰশ্বিপ বঁটা – ২০০৬ প্ৰদান কৰা হয়।৮
প্ৰতিষ্ঠানসমূহ

- আল আমিন কলেজ অৱ ফাৰ্মাচী
- আল-আমীন আইন মহাবিদ্যালয়
- আল আমিন কলা, বিজ্ঞান আৰু বাণিজ্য ডিগ্ৰী মহাবিদ্যালয়
- আল আমিন শিক্ষা মহাবিদ্যালয়
- আল আমিন ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ
- আল আমিন ইনষ্টিটিউট অৱ ইনফৰ্মেচন ছায়েন্সেছ
- আল-আমীন প্ৰি ইউনিভাৰ্চিটি কলেজ -* PUC WEBSITE
- আল আমিন প্ৰাথমিক আৰু হাইস্কুল
তথ্যসূত্ৰ
- ↑ Website of Al-Ameen Institutions – History
- ↑ News – The Hindu – 17 September 2012
- ↑ News – The Hindu – 19 February 2004
- ↑ News – The Hindu – 17 September 2012
- ↑ News The Hindu 6 September 2012
- ↑ News – The Hindu – 23 February 2011
- ↑ News – The Hindu – 15 October 2012
- ↑ The function was organaised by Al-Ameen Educational Society The Hindu – Images
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল-আমিন এডুকেশ্বনেল চ’ছাইটি” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৬৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।