আফগানিস্তান ক্ৰিকেট ব’ৰ্ড (Afghanistan Cricket Board; د افغانستان کرکټ بورډ, کرکت بورد افغانستان) (পূৰ্বৰ আফগানিস্তান ক্ৰিকেট ফেডাৰেচন) হৈছে আফগানিস্তানৰ ক্ৰিকেটৰ চৰকাৰী শাসক সংস্থা। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত আফগানিস্তানৰ প্ৰতিনিধি আৰু ২০১৩ চনৰ জুন মাহৰ পৰা ২০১৭ চনৰ জুন মাহত সম্পূৰ্ণ সদস্য হোৱালৈকে আইচিচিৰ সহযোগী সদস্য আছিল।তাৰ পূৰ্বে ই সংযুক্ত সদস্য আছিল আৰু ২০০১ চনৰ পৰা সেই সংস্থাটোৰ সদস্য আছিল এছিয়ান ক্ৰিকেট কাউন্সিলৰ সদস্যও।
২০২১ চনৰ আগষ্ট মাহত আফগান ৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আব্দুল্লা মাজাৰীৰ সৈতে তালিবানৰ নেতাসকলে এচিবিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়।১ আৰু ক্ৰিকেট ব’ৰ্ডক সদায়ৰ দৰে কাম-কাজ আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফগানিস্তান ক্ৰিকেট বʼৰ্ড” প্ৰবন্ধৰ সংশোধন ৫৭৩৮৯০ (৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।