ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্গত বাক্সা জিলাৰ এখন লোকপিয়ল গাঁও আঠিয়াবাৰী।১২ ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি আঠিয়াবাৰী গাঁৱৰ মুঠ জনসংখ্যা ৪,২৩৪ জন, তাৰে পুৰুষ ২,১৪১জন আৰু মহিলা ২,০৯৩জনী আছে।৩৪
উল্লেযোগ্য শৈক্ষিক অনুষ্ঠান
আঠিয়াবাৰী আৰু নিকটবৰ্তী অঞ্চলৰ উল্লেযোগ্য শৈক্ষিক অনুষ্ঠানসমূহ
- আঠিয়াবাৰী বিদ্যমন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
- আঠিয়াবাৰী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়।
- আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়।
- আঠিয়াবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়।
- বাথৌ আশ্ৰম বিদ্যালয়,আঠিয়াবাৰী।
- জ্ঞান বিকাশ জাতীয় বিদ্যালয়।
- জ্ঞানপীঠ জুনিয়ৰ কলেজ।
- জনতা হাইস্কুল।
- কাৰেমুৰা ৰানাইশ্ৰী হাইস্কুল।
- নৱ মিলন হাইস্কুল।
- পাচিম আঠিয়াবাৰী প্ৰাথমিক বিদ্যালয়।
- পামুৱা পথাৰ হাইস্কুল।
তথ্যসূত্ৰ
- ↑ Guptā, Ramaṇikā. (2006). Indigenous Writers of India: Introduction and Contributions. Published for Ramnika Foundation by Concept Pub. Co. পৃ. 68. ISBN 978-818-0692-994
- ↑ Singh, V. (2007). Indian Folk Medicines and Other Plant-based Products. Scientific Publishers (India). পৃ. 134. ISBN 978-81-7233-481-9
- ↑ Athiabari Village Population. indiagrowing.com
- ↑ PCA: Primary Census Abstract C.D. Block wise, Assam - District Baksa - 2011. Office of the Registrar General & Census Commissioner, India · Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঠিয়াবাৰী” প্ৰবন্ধৰ সংশোধন ৪৯৫৫২১ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।