অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আজৰাইল

মালক আল-মাউত বা আজৰাইল (Azrael) হ'ল এক দেৱদূত বা ফৰিষ্টা; যাৰ কাম হ'ল ঈশ্বৰৰ নিৰ্দেশনা অনুযায়ী জীৱৰ প্ৰাণ সংহাৰ কৰা।ইছলামৰ বিশ্বাস মতে মৃত্যুকালত আজৰাইলে, ব্যক্তিৰ পৃথিৱীৰ আমল বা কৃতকৰ্ম অনুযায়ী ভাল মানুহৰ ওচৰত পৱিত্ৰৰূপে আৰু পাপীসকলৰ ওচৰত ভয়ংকৰৰূপে আবিৰ্ভূত হয় আৰু মানুহৰ মৃত্যু ঘটায় (জান কবজ…

হালনাগাদ: ১১ জুন ২০২০ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

মালক আল-মাউত বা আজৰাইল (Azrael) হ'ল এক দেৱদূত বা ফৰিষ্টা; যাৰ কাম হ'ল ঈশ্বৰৰ নিৰ্দেশনা অনুযায়ী জীৱৰ প্ৰাণ সংহাৰ কৰা।১ইছলামৰ বিশ্বাস মতে মৃত্যুকালত আজৰাইলে, ব্যক্তিৰ পৃথিৱীৰ আমল বা কৃতকৰ্ম অনুযায়ী ভাল মানুহৰ ওচৰত পৱিত্ৰৰূপে আৰু পাপীসকলৰ ওচৰত ভয়ংকৰৰূপে আবিৰ্ভূত হয় আৰু মানুহৰ মৃত্যু ঘটায় (জান কবজ কৰে)।

নবী মুহাম্মদে (ছাঃ) মৃত্যুকালৰ ভয়াবহতা বৰ্ণনা কৰি কৈছে, ' মালাক আল-মাউত (তথা আজৰাইল ফেৰেস্তা) ক চোৱা এক হাজাৰবাৰ তৰোৱালেৰে আঘাত খোৱাতকৈ বেছি কষ্টদায়ক।'

তথ্যসূত্ৰ

  1. ↑ quran:31/34

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজৰাইল” প্ৰবন্ধৰ সংশোধন ২৩৭৯৪১ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।