অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্পিতা চক্ৰৱৰ্তী

অৰ্পিতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু লাইভ পৰিবেশক। তেওঁ সত্যাগ্ৰহ ছবিৰ "ৰস কে ভৰে তোৰে নেইন", ৰাগিনী এম এম এছ ২ ছবিৰ "লৰি অৱ ডেথ", টোটেল ধমাল ছবিৰ "পেইছা য়ে পেইছা", হিৰো ছবিৰ "খোয়া খোয়া", বেজুবান ইছক ছবিৰ টাইটেল ট্ৰেক, তেলেগু ছবি জগাথা নেন্দুদলীৰ "কনাবাদুনা" আৰু "মনাছে…

হালনাগাদ: ১ মে’ ২০২৬ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অৰ্পিতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু লাইভ পৰিবেশক। তেওঁ সত্যাগ্ৰহ ছবিৰ "ৰস কে ভৰে তোৰে নেইন", ৰাগিনী এম এম এছ ২ ছবিৰ "লৰি অৱ ডেথ", টোটেল ধমাল ছবিৰ "পেইছা য়ে পেইছা",১২৩ হিৰো ছবিৰ "খোয়া খোয়া", বেজুবান ইছক ছবিৰ টাইটেল ট্ৰেক, তেলেগু ছবি জগাথা নেন্দুদলীৰ "কনাবাদুনা" আৰু "মনাছে পেদাৱিনা" আৰু অন্য বহুতো গীতৰ নেপথ্য কণ্ঠশিল্পী।৪৫৬ ২০১৫ চনত টেলিভিছন ধাৰাবাহিক তাছান-ই-ইছকৰ শিৰোনাম গীতটো গাইছিল।৭ তেওঁ ভাৰত আৰু বিদেশত নিয়মীয়াকৈ লাইভ অনুষ্ঠান পৰিৱেশন কৰে।৮

তথ্যসূত্ৰ

  1. ↑ Arpita on the trend of remakes. Telangana Today
  2. ↑ Arpita Chakraborty's journey: From textile designer to musician. www.radioandmusic.com
  3. ↑ Arpita Chakraborty made Madhuri Dixit sing Paisa Paisa. www.indulgexpress.com
  4. ↑ Singh, Deepali. (26 February 2019). 'Paisa Yeh Paisa' singer Arpita Chakraborty: From now on, the graph has to go higher. DNA India
  5. ↑ Team, Tellychakkar. Arpita Chakraborty bags the title song of 'Bezubaan Ishq'. Tellychakkar.com
  6. ↑ (21 February 2019). Arpita Chakraborty excited to sing for her screen idol Madhuri Dixit-Nene. mid-day
  7. ↑ Arpita Chakraborty sings the title track for 'Tashn-e-Ishq' - Times of India. The Times of India
  8. ↑ (19 April 2021). Arpita Chakraborty: "Singing for Well Done Baby was one of the best experiences I've had!

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্পিতা চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৬০৩৭০৬ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।