অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

অহ্ পেকু

মায়া পৌৰাণিক কাহিনীত অহ্ পেকু (pek-ku) আছিল বজ্ৰপাতৰ দেৱতা। অহ্ পেকু পাহাৰৰ শিখৰত বাস কৰিছিল আৰু ধুমুহাৰ সময়ত ডাৱৰৰ ওপৰলৈ উঠি বজ্ৰপাতৰ সৃষ্টি কৰিছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ২৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মায়া পৌৰাণিক কাহিনীত অহ্ পেকু (pek-ku) আছিল বজ্ৰপাতৰ দেৱতা।১২

অহ্ পেকু পাহাৰৰ শিখৰত বাস কৰিছিল আৰু ধুমুহাৰ সময়ত ডাৱৰৰ ওপৰলৈ উঠি বজ্ৰপাতৰ সৃষ্টি কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Kolev, K. (2015). Similarities between Old Scandinavian and Mayan myths on creation. La Filológica por la Causa, 2015
  2. ↑ Saint-Pierre, Elliott. (2013-12-01). A More General Diffusion Model For Lightning Radiative Transfer. UNLV Theses, Dissertations, Professional Papers, and Capstones
  3. ↑ Littleton, C. Scott. (2005). Gods, Goddesses, And Mythology. Marshall Cavendish. ISBN 978-0-7614-7559-0

সম্পৰ্কিত শ্ৰেণী

মায়া সভ্যতাদেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহ্ পেকু” প্ৰবন্ধৰ সংশোধন ৫৭০০১৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।