অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসমৰ জনগণ

অসমৰ জনগনই বহুজাতিক, বহুভাষিক আৰু বহুধৰ্মীয় সমাজত বাস কৰে। তেওঁলোকে চাৰিটা মুখ্য ভাষা গোটৰ ভাষা কয়: তিব্বত-বৰ্মীয়, ইন্দো-আৰ্য, টাই-কাদাই, আৰু অষ্ট্ৰোচিয়াটিক। বৃহৎ সংখ্যক জাতিগত আৰু ভাষিক গোট, জনসংখ্যাৰচনা ইয়াক "ক্ষুদ্ৰ ৰূপত ভাৰত" বুলি কোৱা হৈছেে।

হালনাগাদ: ১১ জুলাই ২০২৫ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

অসমৰ জনগনই বহুজাতিক, বহুভাষিক আৰু বহুধৰ্মীয় সমাজত বাস কৰে। তেওঁলোকে চাৰিটা মুখ্য ভাষা গোটৰ ভাষা কয়: তিব্বত-বৰ্মীয়, ইন্দো-আৰ্য, টাই-কাদাই, আৰু অষ্ট্ৰোচিয়াটিক। বৃহৎ সংখ্যক জাতিগত আৰু ভাষিক গোট, জনসংখ্যাৰচনা ইয়াক "ক্ষুদ্ৰ ৰূপত ভাৰত" বুলি কোৱা হৈছেে।

সম্পৰ্কিত শ্ৰেণী

জনগোষ্ঠীজনগাঁথনি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ জনগণ” প্ৰবন্ধৰ সংশোধন ৫২৩৩১৭ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।