অসমীয়া জাতিচিন্তা বেজবৰুৱা, শংকৰদেৱ আৰু বিষ্ণুৰাভা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক গোৱিন্দ প্ৰসাদ শৰ্মা। গ্ৰন্থখনৰ প্ৰকাশক ভৱানী বুক্ছ। গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল এপ্ৰিল ২০১৩ চনত। গ্ৰন্থখনত লেখকে বিভিন্ন সময়ত লিখা ১২ টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ সন্নিৱিষ্ট হৈছে।১ গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ১৬৮।
গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰবন্ধসমূহ
- অসমীয়া জাতিচিন্তা
- বেজবৰুৱাৰ স্বদেশপ্ৰেম
- বেজবৰুৱাৰ জাতীয়তাবোধঃ ভাৰতীয় আৰু অসমীয়া
- বেজবৰুৱাৰ অসমীয়া চেতনা আৰু তেওঁৰ সাহিত্য
- উত্তৰাধুনিকতাবাদ আৰু অসমীয়াৰ সাম্প্ৰতিক জাতীয় সংকট
- অসমীয়াৰ সংজ্ঞা
- অসমীয়া অসমীয়া
- ঊনবিংশ শতিকাৰ আধুনিক অসমীয়াসকল
- উত্তৰাধুনিকতাৰ পোহৰত শ্ৰীমন্ত শংকৰদেৱ
- শ্ৰীমন্ত শংকৰদেৱ আৰু মাৰ্টিন লুথাৰ
- শংকৰদেৱ আৰু শ্বেইক্সপীয়াৰ
- ''বিষ্ণু ৰাভাৰ অসমীয়া জাতি
সহায়ক গ্ৰন্থপঞ্জী
- গোৱিন্দ প্ৰসাদ শৰ্মা, অসমীয়া জাতিচিন্তা বেজবৰুৱা, শংকৰদেৱ আৰু বিষ্ণুৰাভা, প্ৰথম প্ৰকাশ এপ্ৰিল ২০১৩, ভৱানী বুক্ছ, গুৱাহাটী-৭৮১০২৬
তথ্যসূত্ৰ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া জাতিচিন্তা বেজবৰুৱা, শংকৰদেৱ আৰু বিষ্ণুৰাভা” প্ৰবন্ধৰ সংশোধন ৫১৯৩৬৯ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।