অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমত দেখা পোৱা কাছৰ তালিকা

অসমত দেখা পোৱা কাছৰ তালিকা -

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অসমত দেখা পোৱা কাছৰ তালিকা১২৩৪ -

অসমীয়া নামছবিইংৰাজী নামবৈজ্ঞানিক নাম
হালধীয়া কাছYellow TortoiseIndotestudo elongata
পাহাৰী কাছAsian Brown TortoiseManouria emys
গংগা কাছIndian Softshell TurtleNilssonia gangeticus
বৰ কাছPeacock Softshell TurtleNilssonia hurum
বৰমূৰীয়া কাছBlack Softshell TurtleNilssonia nigricans
বাঘিয়া কাছNarrow-headed Softshell TurtleChitra indica
হালধীয়া ফুটুকী কাছIndian Flapshell Softshell TurtleLissemys punctata
জাপ দুৰাMalayan Box TurtleCuora amboinensis
সীৰীয়া জাপ দুৰাKeeled Box TurtleCuora mouhotii
চেপেটা দুৰাOldham's Leaf TurtleCyclemys oldhami
নল দুৰাSpotted Pond TurtleGeoclemys hamiltonii
বৰ দুৰাCrowned River TurtleHardella thrujii
তিনিপটীয়া দুৰাThree-striped Roofed TurtleBatagur dhongoka
মুগা দুৰাBrown Roofed TurtleBatagur smithii
অসমী দুৰাAssam Roofed TurtleBatagur sylhetensis
ফুটুকী শালিকা দুৰাIndian Roofed TurtleBatagur tecta
শালিকা দুৰাIndian Tent TurtlePangshura tentoria
তিনিসীৰীয়া শিল দুৰাTricarinate TurtleMelanochelys tricarinata
ক'লা শিল দুৰাIndian Black TurtleMelanoclelys trijuga
বাংলা দুৰাBengal Eyed TurtleMorenia petersi

তথ্যসূত্ৰ

  1. ↑ আহমেদ, মহম্মদ ফিৰোজ; দাস, অভিজিৎ; দত্ত, সুশীল কুমাৰ. (২০০৮). উত্তৰ-পূব ভাৰতৰ উভচৰ আৰু সৰীসৃপ সচিত্ৰ ক্ষেত্ৰ নিৰ্দেশিকা. আৰণ্যক, গুৱাহাটী - ২৮, অসম. পৃ. ৮৭-১০৭. ISBN 978-81-903669-3-9
  2. ↑ Turtles of Kaziranga
  3. ↑ Tortoises and Turtles of Northeast India: Saving them from Extinction!
  4. ↑ Interim Report 10th May- 10th July At HELP EARTH, Guwahati On Temple Turtles of Assam Guwahati

সম্পৰ্কিত শ্ৰেণী

অসমপ্ৰাণীজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত দেখা পোৱা কাছৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৬৬৮৯ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।