অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অলিম্পাছ মনছ

অলিম্পাছ মনছ (ইংৰাজী: Olympus Mons;) মঙ্গল গ্ৰহত থকা এটা বিশাল ঢাল আগ্নেয়গিৰি। আগ্নেয়গিৰিটোৰ উচ্চতা প্ৰায় ২৫ কিলোমিটাৰ (১৩.৬ মিটাৰ আৰু ৭২,০০০ ফুট)। মাৰ্চ অৰবিটাৰ লেজাৰ এল্টিমিটাৰৰ (MOLA) সহায়ত ইয়াৰ উচ্চতা জোখা হৈছে।

হালনাগাদ: ৯ মে’ ২০২৫ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অলিম্পাছ মনছ (ইংৰাজী ভাষা: Olympus Mons;) মঙ্গল গ্ৰহত থকা এটা বিশাল ঢাল আগ্নেয়গিৰি। আগ্নেয়গিৰিটোৰ উচ্চতা প্ৰায় ২৫ কিলোমিটাৰ (১৩.৬ মিটাৰ আৰু ৭২,০০০ ফুট)। মাৰ্চ অৰবিটাৰ লেজাৰ এল্টিমিটাৰৰ (MOLA) সহায়ত ইয়াৰ উচ্চতা জোখা হৈছে।১ মঙ্গল গ্ৰহত থকা ডাঙৰ আগ্নেয়গিৰিবোৰৰ ভিতৰত অলিম্পাছ মনছ আটাইতকৈ চালুকীয়া অৱস্থাত থকা আগ্নেয়গিৰি আৰু এই আগ্নেয়গিৰি মঙ্গলৰ হেছপেৰিয়ান যুগতেই গঢ় লৈ উঠিছিল।

তথ্যসূত্ৰ

  1. ↑ Plescia, J. B. (2004). Morphometric Properties of Martian Volcanoes. J. Geophys. Res.. পৃ. E03003

সম্পৰ্কিত শ্ৰেণী

আগ্নেয়গিৰি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিম্পাছ মনছ” প্ৰবন্ধৰ সংশোধন ৫০৭০৫৩ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।