অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অনাইদা

অনাইদা পৰৱানে (জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় গায়িকা আৰু চেফ। ১৯৯৫ চনত ভাৰতত একক গীত মুকলি কৰা প্ৰথমগৰাকী গায়িকা। বৰ্তমান তেওঁ ছ'ডা বটল ওপেনাৰৱালা কেফে শৃংখলৰ চেফ আৰু তেওঁ চীনা হিলাৰ (healer) হিচাপে কাম কৰে।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

অনাইদা পৰৱানে (জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় গায়িকা আৰু চেফ। ১৯৯৫ চনত ভাৰতত একক গীত মুকলি কৰা প্ৰথমগৰাকী গায়িকা।১ বৰ্তমান তেওঁ ছ'ডা বটল ওপেনাৰৱালা কেফে শৃংখলৰ চেফ আৰু তেওঁ চীনা হিলাৰ (healer) হিচাপে কাম কৰে।২

ভাৰতীয়-গ্ৰীক-ইৰাণী ঐতিহ্যৰ পাৰ্চী জোৰাষ্ট্ৰিয়ান ধৰ্মৱলম্বী৩৪৫ অনাইদা ১৯৯০ দশকৰ ভাৰতৰ প্ৰথম পপ গায়িকাসকলৰ ভিতৰত অন্যতম। তেতিয়াৰ পৰাই তেওঁ হিন্দী, ইংৰাজী, তামিল, মালয়ালম, পাঞ্জাবী, গ্ৰীক আৰু আৰবী ভাষাত ১০টা এলবাম আৰু বহুতো একক গীত মুকলি কৰিছে।৬

হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে অসংখ্য টেলিভিছন শ্ব’ত অতিথি হিচাপে অংশ লৈছে। ১৯৯৫ চনত “তুম কৰো ৱাদা” নামৰ ছবিখনত তেওঁ কাম কৰিছিল।৭৮

তথ্যসূত্ৰ

  1. ↑ Effective Restaurant Marketing Strategies By Chef Anaida Parvaneh. Restaurant India
  2. ↑ Reporter, P. T. (2018-05-26). Chef Anaida Brings Persian Food To Powai!. Parsi Times
  3. ↑ Discovering Iranian cuisine in Delhi with a 1990s Indipop star. dailyo.in
  4. ↑ (3 September 2009). Anaida Biography, Anaida Bio. connect.in.com
  5. ↑ (7 February 2010). Anaida. Last.fm
  6. ↑ (12 August 2006). Return of the diva. The Hindu
  7. ↑ (11 November 2006). Brand new day. The Hindu
  8. ↑ (Oct 16, 2021). #WhereAreThey series: My headspace and style of work in films were not compatible, says Anaida. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাইদা” প্ৰবন্ধৰ সংশোধন ৫২৭১১০ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।