২০২৫ বৰ্ষৰ চলচ্চিত্ৰ
১০ প্ৰবন্ধ
-
ধুৰন্ধৰ
ধুৰন্ধৰ (Dhurandhar; ) হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ স্পাই একশ্যন থ্ৰিলাৰ চলচ্চিত্ৰ। জিঅʼ ষ্টুডিঅʼ আৰু বি৬২ ষ্টুডিঅʼৰ বেনাৰৰ অধীনত জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰে এই ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত ৰণবীৰ সিং, অক্ষয় খান্না, আৰ.
-
ভাইমন দা (চলচ্চিত্ৰ)
ভাইমন দা (Bhaimon Da) হৈছে শশাংক সমীৰ পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। ছবিখনত বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, নিৰুপম শইকীয়া, নিলিম দত্ত আৰু অৰ্ঘদীপ বৰুৱাকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে।
-
ছাইয়াৰা
ছাইয়াৰা (Saiyaara) হʼল মোহিত সূৰীৰ দ্বাৰা পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ সংগীতধৰ্মী ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত নৱাগত অভিনেতা আহান পাণ্ডে আৰু অভিনেত্ৰী অনীত পাড্ডাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ঊণকো চুৱেটাৰ
ঊণকো চুৱেটাৰ (Unko Sweater, নেপালী: ऊनको स्वीटर) ২০২৫ চনত মুক্তিপ্ৰাপ্ত, নবীন চৌহানৰ দ্বাৰা ৰচিত আৰু পৰিচালিত, এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। এই ছবিখন আৰ্টমাণ্ডু নেপাল প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত হৈছে। লিমিটেডে কেন্দ্ৰ মোচন পিকচাৰ্ছৰ সহযোগত ছবিখন নিৰ্মাণ কৰিছে।
-
গোলাই চোৰ (চলচ্চিত্ৰ)
গোলাই চোৰ (Gulai Soor) হৈছে ২০২৫ চনত মুক্তি লাভ কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু ঝেং এণ্টাৰটেইনমেণ্টৰ যৌথ প্ৰযোজনাত নিৰ্মিত আৰু ৰক্তিম কমল বৰুৱাৰ দ্বাৰা নিৰ্দেশিত এখন বিদ্ৰুোপাত্মক কালভিত্তিক ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ৷ ছবিখনে ২০২৬ চনত ঘোষিত হোৱা…
-
প্ৰজাপতি ২
প্ৰজাপতি 2: ভালোবাশা হৈছে ২০২৫ চনত অভিজিৎ সেনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাটকীয় চলচ্চিত্ৰ। দেৱ আৰু অতনু ৰায়চৌধুৰীয়ে নিজ নিজ বেনাৰত দেৱ এণ্টাৰটেইনমেণ্ট ভেঞ্চাৰছ আৰু বেংগল টকীজৰ বেনাৰত প্ৰযোজনা প্ৰণৱ কুমাৰ গুহা আৰু স্বস্তিক বিবেক ৰুইয়াই ইয়াৰ সহ-প্ৰযোজক হিচাপে কাম কৰিছিল।
-
মংগলা (চলচ্চিত্ৰ)
মংগলা ( Mangla) এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা ডাঃ মংগলা কাপুৰৰ জীৱনৰ আধাৰত নিৰ্মিত ২০২৫ চনৰ ভাৰতীয় মাৰাঠী ভাষাৰ এখন জীৱনীমূলক নাট্য ছবি। পৰিচালনা আৰু সহ-প্ৰযোজনা অপৰানা হোছিঙৰ। ৰেছ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন যশনা মুৰলী, মোহন পূজাৰী, আৰু মিলিন্দ ফোডকাৰে প্ৰযোজনা কৰিছে।
-
মহাৱতাৰ নৰসিংহ
মহাৱতাৰ নৰসিংহ (Mahavatar Narsimha) হৈছে ২০২৫ চনৰ ভাৰতীয় এনিমেটেড মহাকাব্যিক পৌৰাণিক একচনধৰ্মী ছবি, যাৰ পৰিচালক আছিল অশ্বিন কুমাৰ৷ বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু নৰসিংহ পুৰাণৰ আধাৰত জয়পূৰ্ণা দাসৰ দ্বাৰা লিখিত কাহিনীটো ক্লিম প্ৰডাকচন আৰু হোম্বলে ফিল্মছে প্ৰযোজনা কৰে।
-
মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ)
মেটেৰিয়েলিষ্টছ (Materialists) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, চেলিন ছঙৰ দ্বাৰা ৰচিত তথা পৰিচালিত, এখন আমেৰিকীয় প্ৰণয়ধৰ্মী চলচ্চিত্ৰ। ছবিখনত ডাকোটা জনছন, ক্ৰিছ ইভান্স, জো উইণ্টাৰছ, মেৰিন আয়াৰলেণ্ড, লুইছা জেকবছন আৰু পেড্ৰʼ পাস্কেলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।