২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ
৩৪ প্ৰবন্ধ
-
তৰা (অসমীয়া চলচ্চিত্ৰ)
তৰা (Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।
-
যুগান্তৰৰ তেজাল পুৱা
যুগান্তৰৰ তেজাল পুৱা (Jugantoror Tejal Puwa) ২০০০ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জনছ মহলীয়াই আৰু প্ৰযোজনা কৰিছে স্বপ্না শইকীয়া আৰু অনুপ খাণ্ডেলিয়াই। চিত্ৰনাট্য আৰু সংলাপ লিখিছে মুকুট মণি শইকীয়া আৰু জনছ মহলীয়াই।
-
ধুনীয়া তিৰোতাবোৰ
ধুনীয়া তিৰোতাবোৰ (Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা আৰু আৰ্ক লাইটছৰ অধীনত প্ৰদ্যুত কুমাৰ ডেকা আৰু পংকজ কলিতাৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ইয়াৰ সংগীত ৰচনা কৰিছিল অংগৰাগ মহন্তই। ছবিখনে ২০০৯ চনৰ ৯ জানুৱাৰীত মুক্তিলাভ কৰে।
-
২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
{| ! বৰ্ষ !! ছবি !! পৰিচালক !! সংগীত পৰিচালক !! মুক্তিৰ তাৰিখ !! টোকা |- | ২০০০ || যুগান্তৰৰ তেজাল পুৱা || জন্ছ মহলীয়া || || || |- | হিয়া দিয়া নিয়া || মুনিন বৰুৱা || জুবিন গাৰ্গ || || |- | মৎস্যগন্ধা || সঞ্জীৱ হাজৰিকা || || || |- | মৃত্যুহীন জীৱন || মনোৰঞ্জন শূৰ || || || |- | নিষিদ্ধ নদী ||…