সামৰিক
৯ প্ৰবন্ধ
-
আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ
আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ (Unrestricted Warfare; সীমাবদ্ধহীন যুদ্ধ বা সীমাৰ বাহিৰত যুদ্ধ) হৈছে ১৯৯৯ চনত চীনৰ 'পিপলচ্ লিবাৰেশ্বন আৰ্মি' (People's Liberation Army চমুকৈ PLA)-ৰ দুই কৰ্নেল কিয়াও লিয়াং (Qiao Liang; 乔良) আৰু ওয়াং জিয়াংচুই (Wang Xiangsui; 王湘穗) -য়ে সামৰিক যুদ্ধৰ কলা-কৌশলৰ সম্পৰ্কে…
-
আমেৰিকাৰ বায়ুসেনাত মহিলা
আমেৰিকাৰ বায়ুসেনাত মহিলা ১৯৪৮ চনৰ পৰা আছে আৰু আজিও মহিলাসকলে ইয়াত সেৱা আগবঢ়াই আছে। ২০২০ চনলৈকে আমেৰিকাৰ বায়ুসেনাত সক্ৰিয় কৰ্তব্যৰত মুঠ ৬৯,৫৬৪ গৰাকী মহিলা আছিল, য’ত ১৪,৩২৫ গৰাকীয়ে বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ৫৫,২৩৯ গৰাকীয়ে তালিকাভুক্ত হৈছিল।
-
ইণ্ডোনেছিয়ান সেনাবাহিনীৰ মহিলা কৰ্পছ
ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ যুদ্ধ, যুদ্ধ সমৰ্থন আৰু সেৱা সমৰ্থন গঠনত সক্ৰিয় সেৱাত থকা মহিলাসকলৰ আনুষ্ঠানিক প্ৰশাসনিক সংগঠন হৈছে সেনা মহিলা কৰ্পছ (Kowad)।
-
ফিলিপাইনছৰ সামৰিক বাহিনীত মহিলা
১৯৯৩ চনৰ পৰা যুদ্ধক্ষেত্ৰকে ধৰি ফিলিপাইনছৰ সামৰিক বাহিনীৰ মহিলাসকলে বিভিন্ন সেৱা আগবঢ়াই আহিছে।
-
বাৰবাৰিকা প্ৰহাৰ
বাৰবাৰিকা প্ৰহাৰ এনে এক যুদ্ধশৈলী য'ত নিৰ্দিষ্ট সামৰিক শত্ৰু বা শত্ৰুপক্ষৰ নিৰ্দিষ্ট স্থানক লক্ষ্য কৰি লোৱা হয় আৰু সেই নিৰ্দিষ্ট কৰি লোৱা শত্ৰু বা স্থানতেই সুক্ষ্মভাৱে মোক্ষম আঘাত হনা হয় যাতে সেই লক্ষ্যৰ কাষৰীয়া আন কোনো অসামৰিক বস্তু বা নাগৰিক এনে আক্ৰমণৰ কবলত নপৰে।
-
ভূটানৰ সামৰিক ব্যৱস্থা
ভূটানৰ সামৰিক ব্যৱস্থা( Military of Bhutan) সশস্ত্ৰ ৰয়েল ভূটান আৰ্মি, ৰয়েল বডিগাৰ্ড, আৰু ৰয়েল ভূটান পুলিচেৰে গঠিত। ভূটানত বায়ুসেনা নাই, (ভূমি আবদ্ধ দেশ হোৱাৰ বাবে) ভূটানত নৌসেনাও নাই। সামৰিক প্ৰশিক্ষণ, অস্ত্ৰ যোগান আৰু ভূটানৰ বায়ু প্ৰতিৰক্ষাৰ দায়িত্ব ভাৰতৰ।
-
মৰ্দানী খেল
মৰ্দানী খেল(Mardani khel) বা বোথাটি মহাৰাষ্ট্ৰত উৎপত্তি হোৱা এক সশস্ত্ৰ ভাৰতীয় যুদ্ধ কলা। ই বিশেষকৈ ভাৰতীয় অনন্য পট্টা(তৰোৱাল) আৰু ভিটা(কৰ্ডযুক্ত লেন্স) ব্যৱহাৰৰ বাবে বিশেষভাবে পৰিচিত।
-
শ্ৰীলংকাৰ সেনাবাহিনীৰ মহিলা বাহিনী
শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী (SLAWC) শ্ৰীলংকা সেনাবাহিনীৰ এটা কৰ্পছ। ১৯৭৯ চনৰ ১ ছেপ্টেম্বৰত এই কৰ্পছটো গঠন কৰা হয়। এই কৰ্পছৰ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় কলম্বোৰ ব'ৰেলাত আছে।
-
সীমা ৰাও
সীমা ৰাও (Seema Rao) এগৰাকী ভাৰতীয় কমাণ্ড প্ৰশিক্ষক। তেওঁ ভাৰতৰ প্ৰথম মহিলা কমাণ্ড প্ৰশিক্ষক। তেওঁক ভাৰতৰ বিস্ময় মহিলা বুলি অভিহিত কৰা হয়। প্ৰায় দুই দশকতকৈও অধিক সময় ধৰি তেওঁ ভাৰতৰ বিশেষ বাহিনীক কোনো আৰ্থিক অনুদান অবিহনে প্ৰশিক্ষণ দি আহিছে।