লোক-সংস্কৃতি
৯২ প্ৰবন্ধ
-
ৰাজমতী (গীত)
ৰাজমতী (নেপালী: राजमति) এক বিফল প্ৰেমৰ সন্ধানৰ বিষয়ে লিখা এটা পৰম্পৰাগত নেপালী বেলাড, আৰু ই নেপালৰ নেৱাৰ সমাজৰ আটাইতকৈ পৰিচিত গীত। সেতুৰামৰ দ্বাৰা লিখা এই গীতটো ১৯০৮ চনত ৰচনা কৰা হৈছিল।
-
ৰাভাসকলৰ পূজা-পাতল
ভাৰতবৰ্ষৰ উওৰ পূৰ্বাঞ্চলত বসবাস কৰা বৃহৎ মংগোলীয় গোষ্ঠীৰ বিশেষ শাখা হ'ল ৰাভা জনজাতীয় লোকসকল। বিশেষকৈ অসম, মেঘালয়, পশ্চিমবংগ, কোচবিহাৰ, জলপাইগুৰি জিলাৰ বিভিন্ন ভৌগোলিক অঞ্চলৰ বসবাস কৰে ৰাভা সকল। ৰাভা সকলোৰ ধৰ্মীয় আৰু সংস্কৃতিক জীৱন অতিশয় বৈচিত্ৰ্যময়।