ভিডিঅ' গেম
৫ প্ৰবন্ধ
-
ভেল’ৰেণ্ট
ভেল’ৰেণ্ট (Valorant) হৈছে ৱিণ্ড’জৰ বাবে ৰায়ট গে’ম্ছদ্বাৰা বিকশিত আৰু প্ৰকাশিত এক বিনামূলীয়াকৈ খেলিবপৰা ফাৰ্ষ্ট পাৰ্ছন কৌশলগত হিৰ’ শ্বুটাৰ গে’ম। 2019 চনৰ অক্টোবৰত প্ৰজেক্ট এ সাংকেতিক নামেৰে ইয়াৰ টীজাৰ মুকলি কৰা হৈছিল; 7 এপ্ৰিল, 2020 তাৰিখে সীমিত লোকৰ বাবে বিটা সংস্কৰণ মুকলি কৰা হৈছিল আৰু তাৰপাছত…
-
গৰেনা ফ্ৰী ফায়াৰ
গৰেনা ফ্ৰী ফায়াৰ বা ফ্ৰী ফায়াৰ (Garena Free Fire or Free Fire) ১১১ ডটচ্ ষ্টুডিঅ'য়ে বিকাশ কৰা অনলাইন মোবাইল গেম। গৰেনাই ইয়াক ২০১৭ চনৰ ২০ নৱেম্বৰত প্ৰকাশ কৰে আৰু সেই বৰ্ষৰে ৫ ডিচেম্বৰত এণ্ড্ৰইড আৰু আইঅ'এচ অপাৰেটিং চিষ্টেমৰ বাবে মুকলি কৰি দিয়ে।
-
ফাৰ্মিং চিমুলেটৰ
ফাৰ্মিং চিমুলেটৰ (Farming Simulator) হৈছে এক অনুকৰণ ভিডিঅ' গেম। এইটো জায়ান্টছ ছফ্টৱেৰৰ দ্বাৰা বিকশিত আৰু ফ'কাচ হোম ইণ্টাৰেক্টিভৰ দ্বাৰা মুকলি কৰা খেলৰ এটা শৃংখলা। এই খেলখনে খেলুৱৈসকলক খেতিৰ মূল অনুভৱ দিয়ে। খেলত ব্যৱহৃত অৱস্থান ইউৰোপ আৰু আমেৰিকাৰ। ই পিচি, কনচৌল আৰু ম'বাইলৰ বাবে উপযুক্ত।
-
ফৰ্টনাইট
ফৰ্টনাইট (Fortnite) হৈছে এপিক গে’ম্ছৰ দ্বাৰা বিকশিত আৰু ২০১৭ চনত মুক্তি লভা এটা অনলাইন ভিডিঅ’ গে’ম আৰু গে’ম প্লেটফৰ্ম। ইয়াৰ ছটা সুকীয়া গে’ম ম’ড সংস্কৰণ আছে যিবোৰ একেটা উমৈহতীয়া গে’মপ্লে’ আৰু গে’ম ইঞ্জিনৰ ওপৰত আধাৰিত: ফৰ্টনাইট বেটেল ৰয়াল, এক বিনামূলীয়াকৈ খেলিবপৰা বেটেল ৰয়াল গে’ম য’ত ১০০গৰাকী…
-
বেটেলগ্ৰাউণ্ড্ছ ম’বাইল ইণ্ডিয়া
বেটেলগ্ৰাউণ্ড্ছ ম’বাইল ইণ্ডিয়া (Battlegrounds Mobile India; চমুকৈ বিজিএমআই, BGMI), বা পূৰ্বৰ পাব্জি ম’বাইল ইণ্ডিয়া হৈছে ভাৰতত উপলভ্য পাব্জি ম’বাইলৰ এটা সংস্কৰণ। ই ক্ৰাফ্টন কোম্পানীৰ এটা অনলাইন মাল্টিপ্লেয়াৰ বেটেল ৰয়াল গে’ম।