বাঁহ গছ
৫ প্ৰবন্ধ
-
বাঁহ
বাঁহ গছ (Bambuseae) এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ। বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম। এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়।
-
কাক বাঁহ
কাক বাঁহ (বৈজ্ঞানিক নাম: Dendrocalamus hamiltonii; ইংৰাজী: Hamilton's bamboo; কাছাৰ: পেচা বাঁহ; ৰাভা: বাজং) এবিধ বনৰীয়া বাঁহ। এই বাঁহৰ জোপা জোপাকৈ একেলগে বহুতো বাঁহগছ উৎপত্তি হৈ বৃহৎ এলেকা অধিকাৰ কৰি পেলোৱা দেখা যায়।
-
ভলুকা বাঁহ
ভলুকা বাঁহ (বৈজ্ঞানিক নাম:Bambusa balcooa) এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ। এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়।
-
কোটোহা বাঁহ
কোটোহা বাঁহ (বৈজ্ঞানিক নাম:Bambusa arundinacea) গ্ৰেমিনি (Grsmineae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বাঁহ। এই বাঁহ ঘন ঘনকৈ জোপোহা আকাৰে উৎপন্ন হয়।
-
বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ
উপাচাৰবিহীন বাঁহ বহু কম সময়ৰ বাবেহে ভাল হৈ থাকে (২ বছৰৰ পৰা ৫ বছৰ)। বগা পচন, কোমল পচন, ভেঁকুৰ, চিদ্ৰকাৰী পোক, উঁই পৰুৱা আদিৰ প্ৰতি বাঁহ যথেষ্ট সংবেদনশীল। এই জৈৱ কাৰকসমূহৰ কাৰণেই বহু মজুত ৰখা বাঁহ নষ্ট হৈ যায়। বাঁহ হেমিচেলুল’জ, পেণ্ট’জেনচ্, লিগনিন আৰু প্ৰচুৰ পৰিমাণৰ জলীয় কণাৰে গঠিত।