পৰ্ণষ্টাৰ
৮ প্ৰবন্ধ
-
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী
পৰ্ণগ্ৰাফি চলচ্চিত্ৰৰ অভিনেতা/অভিনেত্ৰী বুলি ক'লে সিহঁতক বুজায় যিয়ে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰত প্ৰদৰ্শিত যৌনতাক দৃশ্যৰ মাধ্যমত উপস্থাপন কৰে। পৰ্ণগ্ৰাফিক ভিডিঅ' নিৰ্মাণ কৰাৰ আগতে অভিনেতা/অভিনেত্ৰীসকলক তেওঁলোকৰ ধাৰা আৰু উপধাৰাৰ ওপৰত ভিত্তি কৰি এনেদৰে বাছনি কৰা হয় যাতে তেওঁলোকে মানুহৰ যৌন কল্পনা পূৰণ…
-
আলিনা প্লুগাৰু
আলিনা প্লুগাৰু (ইংৰাজী: Alina Plugaru; জন্ম: ১৮ ডিচেম্বৰ ১৯৮৭) এগৰাকী ৰোমানিয়ান উদ্যোগী আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, যাক ৰোমানিয়াত "পৰ্ণৰ ৰাণী" বুলি অভিহিত কৰা হয়। ষ্ট্ৰিপাৰ আৰু মডেল হিচাপে কাম কৰাৰ পিছত তেওঁ ২০০৬ চনত কামোদ্দীপক ভিডিঅ'ত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।
-
এৰিকা ফণ্টেছ
এৰিকা ফণ্টেছ (ইংৰাজী: Erica Fontes; জন্ম: ১৪ মে' ১৯৯১) লিবছবনৰ এগৰাকী পৰ্তুগীজ পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০১৩ চনত ২১ বছৰ বয়সত এৰিকা ফণ্টেছে 'ফৰেইন ফিমেল পাৰ্ফৰ্মাৰ অৱ দ্য ইয়াৰ' শিতানত এক্সবিআইজেড বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ পৰ্তুগীজ মহিলা হিচাপে পৰিগণিত হয়।
-
কেচাৰিন চাইচালামপল
কেচাৰিন চাইচালামপল (থাই: เกศรินทร์ ชัยเฉลิมพล; Ketsarin Chaichaloemphon) এগৰাকী থাই প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে বহুতো ছদ্মনামেৰে অভিনয় কৰিছে। বিশেষকৈ নং নাট (น้องแนท; Nong Naet) আৰু নাট চানাপা (แนท ชนาภา; Naet Chanapha) নামেৰে জনাজাত। তেওঁৰ আট-ন বছৰ বয়সত পিতৃৰ মৃত্যু হয়।
-
ছেক্সী ক'ৰা
ছেক্সী ক'ৰা (ইংৰাজী: Sexy Cora; জন্মতে: কেৰোলিন এবাৰ্ট, চৰকাৰী নাম: কেৰোলিন ৱাচনিটজা; ২ মে' ১৯৮৭ – ২০ জানুৱাৰী ২০১১) এগৰাকী জাৰ্মান পৰ্ণগ্ৰাফিক অভিনেত্ৰী, মডেল, গায়িকা আৰু ৰিয়েলিটী শ্ব'ৰ অংশগ্ৰহণকাৰী আছিল। তেওঁ টিম ৱাচনিটজাৰ পত্নী আছিল। ক'ৰাৰ জন্ম পশ্চিম বাৰ্লিনত হৈছিল।
-
জনী চিন্স
জনী চিন্স (প্ৰকৃত নাম: ষ্টিভেন উলফ; জন্ম: ৩১ ডিচেম্বৰ, ১৯৭৮) এগৰাকী আমেৰিকান প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু ইউটিউবাৰ। তেওঁ ধাৰাবাহিকভাৱে আটাইতকৈ জনপ্ৰিয় পুৰুষ প্ৰতিভা প্ৰাপ্তবয়স্ক চিনেমা অনুসন্ধানৰ ভিতৰত অন্যতম আৰু তেওঁৰ চুলি কাটি লোৱা মূৰ, পেশীবহুল শৰীৰ আৰু নীলা চকুৰ বাবে পৰিচিত,…
-
পুমা ছুইড
জোহানা জুচিনিয়েমি তেওঁৰ মঞ্চনামৰ প্ৰথম অংশটো ‘ফৰ্ড পুমা’ স্পৰ্টছ কাৰখনৰ পৰা লোৱা হৈছে। ২০০৫ চনৰ পৰা তেওঁ ২০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
য়াছমিন লাফিত্তে
য়াছমিন লাফিত্তে (আৰবী: ياسمين لافيت) এগৰাকী ফৰাচী-মৰক্কোৰ প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী, যিয়ে কেৱল য়াছমিন নামেৰে অভিনয় কৰিছিল।