নেপালৰ ব্যক্তি
৬৫ প্ৰবন্ধ
-
স্নেহা শ্ৰেষ্ঠ (শিল্পী)
স্নেহা শ্ৰেষ্ঠ (स्नेहा श्रेष्ठ) হৈছে এগৰাকী নেপালী সমসাময়িক দৃশ্য শিল্পী, পথ শিল্পী, শিক্ষাবিদ, আৰু কলা প্ৰশাসক। তেওঁ নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টিৰ প্ৰতিষ্ঠাপক। তেওঁ ইমাজিন উপনামেৰে দেৱাল লিখনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
সৰিতা লামিছানে
সৰিতা লামিছানে (ইংৰাজী: Sarita Lamichhane; জন্ম: ২৫ নৱেম্বৰ ১৯৭৫) এগৰাকী নেপালী অভিনেত্ৰী, যিয়ে টেলিভিছন ধাৰাবাহিক মুক্তিত কৰা কামৰ বাবে পৰিচিত।
-
হেমন্ত মিশ্ৰ
হেমন্ত মিশ্ৰ (Hemanta Mishra; ১ জানুৱাৰি ১৯৪৫) হিউমেন ছ'চাইটি ইণ্টাৰনেশ্যনেলৰ এজন আন্তঃৰাষ্ট্ৰীয় উপদেষ্টা। তেওঁ দ্য ছ'ল অৱ দ্য ৰাইনো আৰু ব'নছ অৱ দ্য টাইগাৰ নামৰ কিতাপ দুখনৰ লেখক।
-
ৰিচা ঘিমিৰে
ৰিচা ঘিমিৰে এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ ১৮ টাতকৈও বেছি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০৯ চনৰ বিশ চলচ্চিত্ৰত এটা ড্ৰাগ এডিক্টৰ চৰিত্ৰত অভিনয়ক নিজৰ আটাইতকৈ প্ৰত্যাহ্বানজনক ভূমিকাৰূপে গণ্য কৰে।
-
ৰেখা থাপা
ৰেখা থাপা (নেপালী: रेखा थापा, জন্ম: ২১ আগষ্ট ১৯৮২) এগৰাকী নেপালী প্ৰসিদ্ধ অভিনেত্ৰী, ৰাজনীতিবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজকৰ্মী। নেপালী চলচ্চিত্ৰ উদ্যোগলৈ তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আৰু মহিলাৰ ক্ষমতায়নৰ ক্ষেত্ৰত দৃঢ় অৱস্থানৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।