তেলংগানাৰ সংস্কৃতি
৬ প্ৰবন্ধ
-
তেলুগু থিয়েটাৰ
তেলুগু থিয়েটাৰ ( Telugu theatre ) হৈছে অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানা ৰাজ্যক ভিত্তি কৰি গঢ় লোৱা তেলুগু ভাষাৰ ভাৰতীয় থিয়েটাৰ। গুৰাজাদা আপ্পাৰাওৱে ১৮৯২ চনত ৰচনা কৰা কন্যাছুলকম নামৰ নাটখনক প্ৰায়ে তেলুগু ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাটক বুলি গণ্য কৰা হয়।
-
ডেক্কানী ভাষা
ডেক্কানী ভাষা দক্ষিণ মধ্য ভাৰতৰ ডেক্কান অঞ্চলত কথিত হিন্দুস্তানী ভাষাৰ ওপৰত আধাৰিত এটা ইণ্ডো-এৰিয়ান ভাষা আৰু ই ডেক্কানী লোকসকলৰ মূল ভাষা। ডেক্কানীৰ ঐতিহাসিক ৰূপে মোগল যুগৰ শেষৰ ফালে উৰ্দু সাহিত্যৰ বিকাশৰ সূচনা কৰে।
-
বুৰ্ৰা কথা
বুৰ্ৰা কথা বা বুৰ্ৰাকথা (Burra katha) ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানাৰ গাঁৱত পৰিবেশন কৰা জংগম কাহিনী পৰম্পৰাৰ এক মৌখিক কাহিনী কোৱা কৌশল। বুৰ্ৰাকথা এজন মূল পৰিবেশক আৰু দুজন সহ-পৰিবেশকৰে গঠিত এটা দলে পৰিবেশন কৰে আৰু প্ৰাৰ্থনা আৰু ই একক অভিনয়, নৃত্য, গীত, কবিতা আৰু কৌতুকেৰে গঠিত এক আখ্যানমূলক…
-
চাৰমিনাৰ
চাৰমিনাৰ (, Charminar) হৈছে ভাৰতৰ তেলংগানা ৰাজ্যৰ হায়দৰাবাদত অৱস্থিত এটা স্মাৰক। ১৫৯১ চনত নিৰ্মাণ কৰা এই সীমাচিহ্ন বা লেণ্ডমাৰ্কটো হায়দৰাবাদৰ প্ৰতীক চিহ্ন আৰু আনুষ্ঠানিকভাৱে ইয়াক তেলেংগানাৰ প্ৰতীক ৰূপেও অন্তৰ্ভুক্ত কৰা হৈছে।
-
তেলংগানাৰ সংস্কৃতি
তেলংগানাৰ সংস্কৃতি (Culture of Telangana) প্ৰায় ৫,০০০ বছৰ পুৰণি। কাকতীয়, কুতুব শ্বাহী আৰু আছাফ জাহী বংশৰ (হায়দৰাবাদৰ নিজাম বুলিও কোৱা হয়) শাসন কালত এই অঞ্চলটো ভাৰতীয় উপমহাদেশৰ সংস্কৃতিৰ অগ্ৰণী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
শিল্পৰমম
শিল্পৰমম ভাৰতৰ তেলংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা আৰু কৃষ্টিৰ গাঁও। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়।