জাপানৰ ব্যক্তি
৩৩ প্ৰবন্ধ
-
য়ায়ই কুচামা
য়ায়ই কুচামা (草間 彌生, Yayoi Kusama, জন্ম ২২ মাৰ্চ ১৯২৯) এগৰাকী জাপানী সমসাময়িক শিল্পী যি মুখ্যতঃ ভাস্কৰ্য আৰু ইনষ্টলেচনৰ কাম কৰে। তেওঁ চিত্ৰাংকন (পেইণ্টিং), পাৰ্ফমেঞ্চ, ভিডিঅ’ কলা, ফেশ্বন, কবিতা, কল্পকাহিনী আৰু অন্যান্য কলাতো সক্ৰিয়।
-
য়ুৰেই নাগাচিমা
য়ুৰেই নাগাচিমা (Yurie Nagashima, 長島 有里枝, জন্ম ১৯৭৩) এগৰাকী জাপানী ফটোগ্ৰাফাৰ, সমসাময়িক শিল্পী আৰু লেখিকা যি আত্ম-প্ৰতিকৃতি (self-portraiture), প্ৰতিকৃতি (portraiture), ষ্ট্ৰীট ফটোগ্ৰাফী, ইনষ্ট’লেচন, গৱেষণা-আধাৰিত আৰু ষ্টিল-লাইফ শৈলীত কাম কৰে।
-
হিৰমি কাৱাকামি
হিৰমি কাৱাকামি (Hiromi Kawakami; 川上 弘美, জন্ম:১৯৫৮) এগৰাকী জাপানী সাহিত্যিক; যাক তেওঁৰ অসামান্য কল্পকাহিনী, কবিতা আৰু সাহিত্য সমালোচনাৰ বাবে জনা যায়। তেওঁ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য তানজাকি প্ৰাইজ, দ্য য়মিউৰি প্ৰাইজ তথা আইজুমি প্ৰাইজকে ধৰি বহুকেইটি জাপানী সাহিত্য বঁটা লাভ…