আমেৰিকাৰ মহিলা চিকিৎসক
৭ প্ৰবন্ধ
-
চেলেনি আৰ্মষ্ট্ৰং-হপকিন্স
চেলেনি আৰ্মষ্ট্ৰং-হপকিন্স (জন্ম ২১ জানুৱাৰী, ১৮৫৫), জন্ম চেলেনি আৰ্মষ্ট্ৰং আৰু কেতিয়াবা চেলিনি আৰ্মষ্ট্ৰং-হপকিন্স বুলিও দেখা যায়, কানাডাত জন্মগ্ৰহণ কৰা আমেৰিকান চিকিৎসক, চিকিৎসা মিছনেৰী আৰু লেখিকা।
-
জমীন কি দোস্ত
জমীন কি দোস্ত; পোছাকী নাম: উইলিমিনা লিওনোৰা আৰ্মষ্ট্ৰং, জন্ম: ১৪ আগষ্ট, ১৮৬৬ চন – মৃত্যু: ২ নৱেম্বৰ, ১৯৪৭ চন; আছিল এগৰাকী আমেৰিকান চিকিৎসক, লেখিকা আৰু প্ৰবক্তা।
-
অৰিয়ানা মুন এণ্ড্ৰুজ
অৰিয়ানা মুন এণ্ড্ৰুজ (১৮৩৪–১৮৮৩) আছিল এগৰাকী আমেৰিকান চিকিৎসক যি আমেৰিকাৰ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁ আমেৰিকাৰ গৃহ-যুদ্ধৰ সময়ত কনফেডাৰেট আৰ্মীৰ চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এনী ল’ৰি আলেক্সেণ্ডাৰ
এনী ল’ৰি আলেক্সেণ্ডাৰ, জন্ম: ১০ জানুৱাৰী, ১৮৬৪চন -মৃত্যু ১৫ অক্টোবৰ ১৯২৯ চন; এগৰাকী আমেৰিকান চিকিৎসক আৰু শিক্ষাবিদ আছিল। তেওঁ প্ৰথম দক্ষিণ আমেৰিকাত চিকিৎসাৰ অনুজ্ঞাপত্ৰ লাভ কৰা মহিলা চিকিৎসক আছিল।
-
মেৰী কে ফৰ্মেড
মেৰী কে ফৰ্মেড ১৯১৮ চনৰপৰা ১৯১৯ চনলৈ প্ৰথম বিশ্বযুদ্ধত ফ্ৰান্সৰ সেনাবাহিনীত অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে যুদ্ধকালীন সেৱাৰ বাবে ফ্ৰান্স চৰকাৰৰপৰা সাহস আৰু ভক্তিৰ বাবে সন্মানীয় পদক লাভ কৰে।
-
লুইজ চেলিয়া ফ্লেমিং
লুইজ চেলিয়া "লুলু" ফ্লেমিং জন্ম: ২৮ জানুৱাৰী, ১৮৬২ চন – মৃত্যু: ২০ জুন, ১৮৯৯ চন; এগৰাকী আমেৰিকান চিকিৎসক আছিল। পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম আফ্ৰিকান আমেৰিকানসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।
-
লুচী ৱেষ্টন এবেল
লুচী ৱেষ্টন এবেল (১৮০৮ – ৩ ডিচেম্বৰ ১৮৯৩) এগৰাকী আমেৰিকান মহিলা চিকিৎসক আৰু ডিচি উইমেনছ ফিজিঅ'লজিকেল ছ'চাইটিৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ মেছাচুচেটছৰ বষ্টনত হোমিঅ’পেথী কৰা প্ৰথম, সৰ্বপ্ৰথম নহয় যদিও, প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম আছিল।