অসমৰ আৰক্ষী বিষয়া
৪ প্ৰবন্ধ
-
ভাস্কৰ জ্যোতি মহন্ত
ভাস্কৰ জ্যোতি মহন্ত (Bhaskar Jyoti Mahanta, জন্ম: ২৪ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া।
-
অভিজিত বৰুৱা
অভিজিত বৰুৱা (Abhijit Baruah, জন্ম: ১৯৯০ চন) হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্বীকৃতিপ্ৰাপ্ত এজন অসমীয়া ক্ৰীড়াবিদ। তেওঁ অসম আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী। অভিজিত এজন সুদক্ষ সমৰ কলাবিদ।
-
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য (Hiranya Kumar Bhattacharyya) অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক আছিল। ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
-
জ্ঞানেন্দ্ৰ প্ৰতাপ সিং
জ্ঞানেন্দ্ৰ প্ৰতাপ সিং (Gyanendra Pratap Singh) অসম-মেঘালয় কেডাৰৰ ১৯৯১ বেটচ্ৰ আইপিএছ বিষয়া| তেওঁ অসম আৰক্ষীৰ বৰ্তমানৰ বিশেষ সঞ্চালক প্ৰধান, আৰু আগতে এনআইএত মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এছ.ডি.জি.পি.