ইতিহাসৰ আজিৰ দিনত
২৩ মে’
ঘটনাৱলী
- ১৭৮৫আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চছমা আৱিষ্কাৰ কৰে।
- ১৯৫১মাও-চে-টুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয়।
- ১৯৮৪ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ মাউণ্ট এভাৰেষ্টত আৰোহণ।
- ১৯৯৬পি. এ. চাংমা (পূৰ্ণ অঘোটোক চাংমা) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।
জন্ম
- ১৭০৩কেৰ'লাছ লিনিয়াছ, ছুইডিছ উদ্ভিদ বিজ্ঞানী। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
- ১৮৪৮অটো লিলিয়েনথাল, জাৰ্মান পাইলট। উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া।
- ১৮৫১ধীৰেশ্বৰাচাৰ্য, ভাৰতীয় সংস্কৃত পণ্ডিত। তেখেতক 'কামৰূপৰ কালিদাস' বুলি আখ্যা দিয়া হয়। বৰ্তমানৰ নলবাৰী জিলাৰ আঠঘৰীয়াত তেওঁৰ জন্ম।
- ১৮৯১পাৰ লাগেৰভিষ্ট, ছুইডেনৰ সাহিত্যিক। ১৯৫১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰিছিল।
- ১৯১৯গায়ত্ৰী দেৱী, কোঁচবিহাৰৰ ৰাজকুমাৰী।
- ১৯৭০সুনীতা ভূঞা, ভাৰতীয় সংগীতশিল্পী।
মৃত্যু
- ১৭০১উইলিয়াম কিড, স্কটিচ নাবিক। (জন্মঃ ১৬৪৫)
- ১৮৫৭আগাষ্টিন লুই ক'চি, ফৰাচী গণিতজ্ঞ।
- ১৯০৬হেনৰিক ইবছেন, নৰৱেৰ নাট্যকাৰ আৰু নাট পৰিচালক।
- ২০১৫জন ফ'ৰ্বছ্ নাশ্ব, আমেৰিকান গণিতজ্ঞ।
- ২০১৭ৰ'জাৰ মুৰ, ব্ৰিটিছ অভিনেতা, জেমচ্ বণ্ড নামৰ বোলছবি খনৰ বাবে বিখ্যাত।
- ২০১৯কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ