অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৰ'টেন ট'মেটোছ

ৰ'টেন ট'মেটোছ (Rotten Tomatoes) হৈছে চলচ্চিত্ৰ আৰু টেলিভিছনৰ ক্ষেত্ৰত আমেৰিকান পৰ্যালোচনা-সংগ্ৰাহক ৱেবছাইট। ১৯৯৮ চনৰ আগষ্ট মাহত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ তিনিজন স্নাতক ছাত্ৰ: চেন ডুয়ং, পেট্ৰিক ৱাই লি আৰু ষ্টিফেন ৱাঙে এই কোম্পানীটো আৰম্ভ কৰে।

হালনাগাদ: ৮ মে’ ২০২৫ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ৰ'টেন ট'মেটোছ (Rotten Tomatoes) হৈছে চলচ্চিত্ৰ আৰু টেলিভিছনৰ ক্ষেত্ৰত আমেৰিকান পৰ্যালোচনা-সংগ্ৰাহক ৱেবছাইট। ১৯৯৮ চনৰ আগষ্ট মাহত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ তিনিজন স্নাতক ছাত্ৰ: চেন ডুয়ং, পেট্ৰিক ৱাই লি আৰু ষ্টিফেন ৱাঙে এই কোম্পানীটো আৰম্ভ কৰে।১২৩৪ যদিও "Rotten Tomatoes" নামটো দৰ্শকে মঞ্চত দেখিবলৈ পোৱা দুৰ্বল অভিনয়ৰ অসন্মতি প্ৰকাশ কৰি পচা বিলাহী পেলোৱাৰ প্ৰথাৰ সৈতে জড়িত, এই নামটোৰ প্ৰত্যক্ষ প্ৰেৰণা ডুয়ং, লি আৰু ৱাঙৰ ১৯৯২ চনৰ কানাডাৰ ছবি লিঅ'লোৰ সমতুল্য দৃশ্যৰ পৰাই পোৱা গৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ How Rotten Tomatoes became Hollywood's most influential – and feared – website. Los Angeles Times
  2. ↑ Entrepreneurial Best Practices Series: A Fireside Chat with Rotten Tomatoes Founder Patrick Lee – Berkeley-Haas Entrepreneurship Program. Berkeley-Haas Entrepreneurship Program
  3. ↑ (February 21, 2018). Notable Cal Alumni. Cal Alumni Association, UC Berkeley
  4. ↑ Stephen Wang. angel.co
  5. ↑ "the Scenes at Rotten Tomatoes" by Simon Van Zuylen-Wood. Wired. January 21, 2020. Accessed February 1, 2020

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'টেন ট'মেটোছ” প্ৰবন্ধৰ সংশোধন ৫০৬৮১৬ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।