অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৰাজাবালা বিধানসভা সমষ্টি

ৰাজাবালা বিধান সভা সমষ্টি ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধান সভা সমষ্টিৰ ভিতৰত এটা। ই পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অংশ।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰাজাবালা বিধান সভা সমষ্টি ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধান সভা সমষ্টিৰ ভিতৰত এটা।১ ই পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অংশ।

বিধানসভাৰ সদস্যসকল

চনবিজয়ী প্ৰাৰ্থীৰাজনৈতিক দল
১৯৭৮মজিবুৰ ৰহমানস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৩খোৰছেদুৰ ৰহমান খানভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৮মিৰিয়াম ডি. চিৰাস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯৩ছায়িদুল্লাহ নংৰুমস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯৮কপিন চন্দ্ৰ বড়োভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৩ছায়িদুল্লাহ নংৰুমভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৮ছায়িদুল্লাহ নংৰুমভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৩আশাহেল ডি. চিৰাস্বতন্ত্ৰ প্ৰাৰ্থী
২০১৮ড° আজাদ জামানভাৰতীয় জাতীয় কংগ্ৰেছ
২০২১ (উপ-নিৰ্বাচন)আব্দুছ ছালেহনেচনেল পিপলছ পাৰ্টী
২০২৩ড° মিজানুৰ ৰহমান কাজীসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ

নিৰ্বাচনী ফলাফল

২০২৩

২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ড° মিজানুৰ ৰহমান কাজীয়ে মাত্ৰ ১০ টা ভোটৰ ব্যৱধানত নেচনেল পিপলছ পাৰ্টীৰ প্ৰাৰ্থী আব্দুছ ছালেহক পৰাস্ত কৰি বিজয়ী হয়।

২০২১ উপ-নিৰ্বাচন

বিধায়ক ড° আজাদ জামানৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত ২০২১ চনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:

২০১৮

২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

  • পশ্চিম গাৰো পাহাৰ জিলা
  • মেঘালয় বিধানসভাৰ সমষ্টিসমূহৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Map of Meghalaya Parliamentary Constituencies. ceomeghalaya.nic.in

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজাবালা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮০০৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।