অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

হিন্দু শ্ৰুতিকথামূলক যুদ্ধ

হিন্দু শ্ৰুতিকথামূলক যুদ্ধ (ইংৰাজী: Hindu mythological wars) বুলিলে প্ৰাচীন ভাৰতৰ হিন্দু গ্ৰন্থত বৰ্ণনা কৰা যুদ্ধ সমূহক বুজা যায়। এই যুদ্ধবোৰত মহাশক্তিশালী মৰ্ত্যলোকৰ লগতে দেৱতা আৰু অলৌকিক সত্তা উভয়কে চিত্ৰিত কৰা হৈছিল, যিবোৰে প্ৰায়ে মহাশক্তিৰ অলৌকিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হিন্দু শ্ৰুতিকথামূলক যুদ্ধ (ইংৰাজী: Hindu mythological wars) বুলিলে প্ৰাচীন ভাৰতৰ হিন্দু গ্ৰন্থত বৰ্ণনা কৰা যুদ্ধ সমূহক বুজা যায়। এই যুদ্ধবোৰত মহাশক্তিশালী মৰ্ত্যলোকৰ লগতে দেৱতা আৰু অলৌকিক সত্তা উভয়কে চিত্ৰিত কৰা হৈছিল, যিবোৰে প্ৰায়ে মহাশক্তিৰ অলৌকিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল। হিন্দু শিক্ষাত সকলো শান্তিপূৰ্ণ পদ্ধতি শেষ হোৱাৰ পিছতহে যুদ্ধক চূড়ান্ত বিকল্প হিচাপে ব্যৱহাৰ কৰা হ'ব বুলি নিৰ্ধাৰণ কৰা হয়।১ সৎ যুদ্ধ বা ধৰ্মযুদ্ধত অংশগ্ৰহণ কৰাটো সন্মানজনক আৰু ক্ষত্ৰিয় বা যোদ্ধা বৰ্ণৰ এটা প্ৰধান কৰ্তব্য বুলি কোৱা হৈছিল আৰু এনে যুদ্ধত বিজয় লাভ কৰাটো সন্মানৰ বিষয় হিচাপে গণ্য কৰা হৈছিল।২

প্ৰধান যুদ্ধসমূহ

  • দেৱাসুৰ যুদ্ধ:

স্বৰ্গ, মৰ্ত্য, আৰু পাতালত আধিপত্য বিস্তাৰৰ বাবে দেৱতা আৰু অসুৰৰ মাজত প্ৰায়ে যুদ্ধ আৰম্ভ হয়। দুয়োটা জাতি কাৰিকৰীভাৱে সমান, মহান ধৰ্মীয় আৰু যুদ্ধ শক্তিৰ অধিকাৰী, কিন্তু দেৱতাসকল পৰম সত্তাৰ পূজা আৰু গুণৰ চৰ্চাৰ প্ৰতি দায়বদ্ধ। অসুৰবোৰৰ নাস্তিক আৰু কুটিল প্ৰৱণতা থাকে যিবোৰ সময়ৰ লগে লগে বাঢ়ি যায়। এই বিভাজন কলিযুগত আটাইতকৈ বেছি হয়।৩

তথ্যসূত্ৰ

  1. ↑ Roy, Kaushik. (15 October 2012). Hinduism and the Ethics of Warfare in South Asia From Antiquity to the Present. Cambridge University Press. পৃ. 28, 29. ISBN 978-1-107-01736-8
  2. ↑ Roy, Kaushik. (15 October 2012). Hinduism and the Ethics of Warfare in South Asia From Antiquity to the Present. Cambridge University Press. পৃ. 29, 30. ISBN 978-1-107-01736-8
  3. ↑ The Holy Science, by Jnanavatar Swami Sri Yukteswar Giri, Yogoda Sat-Sanga Society of India, 1949

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিশ্ৰুতিকথাত যুদ্ধ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দু শ্ৰুতিকথামূলক যুদ্ধ” প্ৰবন্ধৰ সংশোধন ৪৭৯৯১২ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।