অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হʼপটুন জলপ্ৰপাত

হʼপটুন জলপ্ৰপাত (Hopetoun Falls) হʼল অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াৰ অটৱেজ অঞ্চলত অৱস্থিত আয়াৰ নদীৰ ওপৰত থকা এটা জলপ্ৰপাত।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

হʼপটুন জলপ্ৰপাত (Hopetoun Falls) হʼল অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াৰ অটৱেজ অঞ্চলত অৱস্থিত আয়াৰ নদীৰ ওপৰত থকা এটা জলপ্ৰপাত।

অৱস্থান আৰু বৈশিষ্ট্য

জলপ্ৰপাতটো বীচ ফৰেষ্ট অঞ্চলৰ প্ৰায় ৫ কিলোমিটাৰ (৩.১ মাইল) দক্ষিণে সাগৰ পৃষ্ঠৰপৰা ৩১৪ মিটাৰ (১,০৩০ ফুট) উচ্চতাত অৱস্থিত আৰু ইয়াৰ উচ্চতা ৪৫–৪৯ মিটাৰ (১৪৮–১৬১ ফুট)ৰ ভিতৰত।১ হʼপটুন জলপ্ৰপাতটো এপʼলʼ বেʼ – বীচ ফৰেষ্ট পথৰ কাষতে, বিউচাম্প জলপ্ৰপাতৰ টাৰ্ণঅফৰপৰা প্ৰায় ৪ কিলোমিটাৰ (২.৫ মাইল) দক্ষিণে আৰু উপকূলীয় চহৰ এপʼলʼ বেʼৰপৰা প্ৰায় ২০ কিলোমিটাৰ (১২ মাইল) উত্তৰ-পশ্চিমত অৱস্থিত।

পৰ্যটকৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ লগতে হʼপটুন জলপ্ৰপাতৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। জলপ্ৰপাতটোত সুনিৰ্মিত তথা সুৰক্ষিত চিৰিৰ এটা বৃহৎ গোট আছে যিয়ে এটা প্ৰাকৃতিক চোতালৰ মাজেৰে জলপ্ৰপাতটোৰ একেবাৰে তলত থকা এখন দৰ্শন মঞ্চ লৈ লৈ যায়। হʼপটুন জলপ্ৰপাতটো এটা আয়তাকাৰ ৰূপত ৩০ মিটাৰ তললৈ নামি আহে।

তথ্যসূত্ৰ

  1. ↑ Map of Hopetoun Falls, VIC. Bonzle Digital Atlas of Australia

সম্পৰ্কিত শ্ৰেণী

জলপ্ৰপাত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হʼপটুন জলপ্ৰপাত” প্ৰবন্ধৰ সংশোধন ৫৭০৮৫৯ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।