অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

সৰুপেটা

সৰুপেটা (Sorupeta) বজালী জিলাৰ এখন সৰু চহৰ। সৰুপেটা নগৰখন জিলা সদৰৰ পৰা প্ৰায় ১৮ কি.মি. আৰু গুৱাহাটীৰ পৰা প্ৰায় ১১৬ কি.মি.দূৰত্ব অৱস্থিত। ১৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিন অসমৰ মাটিত বঙাইগাঁৱৰ পৰা সৰুপেটা ষ্টেচনলৈ সফল পৰীক্ষামূলকভাৱে চলিছিল।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৬ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সৰুপেটা (Sorupeta) বজালী জিলাৰ এখন সৰু চহৰ।১ সৰুপেটা নগৰখন জিলা সদৰৰ পৰা প্ৰায় ১৮ কি.মি. আৰু গুৱাহাটীৰ পৰা প্ৰায় ১১৬ কি.মি.দূৰত্ব অৱস্থিত। ১৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিন অসমৰ মাটিত বঙাইগাঁৱৰ পৰা সৰুপেটা ষ্টেচনলৈ সফল পৰীক্ষামূলকভাৱে চলিছিল।

উৎপত্তি

সৰুপেটা শব্দটোৰ উৎপত্তি হৈছে "সৰু" অৰ্থাৎ সৰু আৰু "পেটা" অৰ্থাৎ পুখুৰী, গতিকে সৰুপেটাৰ অৰ্থ হৈছে "সৰু পুখুৰী।" তাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলৰ মানুহে সৰুপেটা নামটোকে মান্যতা দি প্ৰচলিত কৰিবলৈ ধৰিলে।

যাতায়াত

স্থলপথেৰে, সৰুপেটা নগৰখন গুৱাহাটী বিমানবন্দৰৰ পৰা প্ৰায় ১২১ কিলোমিটাৰ( ৩ ঘণ্টা), বঙাইগাঁওৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ (২ ঘণ্টা) দূৰত্বত গাড়ী বা বাছেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উপস্থিত হ'ব পাৰি। ইয়াৰোপৰি ৰে'লযোগে, নিকটতম ৰে'ল ষ্টেচন হৈছে সৰুপেটা(SPQ)। সৰুপেটাৰ পৰা কেইবাখনো স্থানীয় ৰে'লগাড়ী আছে-

  1. GHY NBQ PASSENGER দৈনিক (৫৫৮১০) গুৱাহাটীৰ পৰা পুৱা ০৭:৪১ বজাত আহি উপস্থিত হয়। (পুৱা ০৫:০০ বজাৰ পৰা আৰম্ভ)
  2. NBQ GHY PASSENGER দৈনিক (৫৫৮০৯) নিউ বঙ্গাইগাওঁ পৰা আবেলি ০৬:১৭ বজাত আহি উপস্থিত হয়। (আবেলি ০৪:৪০ বজাৰ পৰা আৰম্ভ)
  3. SIFHUNG PASSENGER দৈনিক (৫৫৭৫৩) আলিপুৰদুৱাৰ জং পৰা ৰাতিপুৱা ০৭:৪৯ বজাত আহি উপস্থিত হয়। (ৰাতিপুৱা ০৪:০৫ বজাৰ পৰা আৰম্ভ)
  4. SIFHUNG PASSENGER দৈনিক (৫৫৭৫৪) গুৱাহাটীৰ পৰা আবেলি ০৬:১৬ বজাত আহি উপস্থিত হয়। (আৰম্ভ আবেলি ০৩:20)
  5. MANAS RHINO PASSENGER দৈনিক (55801) নিউ বঙ্গাইগাওঁ পৰা ৰাতিপুৱা ০৫:৫৮ বজাত আহি উপস্থিত হয়। (আৰম্ভ ৰাতিপুৱা ০৪.৪০ বজাত)
  6. MANAS RHINO PASSENGER দৈনিক (55802) গুৱাহাটীৰ পৰা আবেলি ০৮:০৪ বজাত আহি উপস্থিত হয়। (আৰম্ভ আবেলি ০৫:৩০ বজাত)

শৈক্ষিক প্ৰতিষ্ঠান

বেংক

  • অসম গ্ৰামীণ বিকাশ বেংক, শালবাৰী শাখা
  • ষ্টেট বেংক অফ ইণ্ডিয়া, সৰুপেটা শাখা
  • পাঞ্জাব নেশ্যনেল বেংক, সৰুপেটা শাখা

তথ্যসূত্ৰ

  1. ↑ SARUPETA, BAJALI, ASSAM. pincode.org.in

সম্পৰ্কিত শ্ৰেণী

বজালী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰুপেটা” প্ৰবন্ধৰ সংশোধন ৫৮৩৫৬৭ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।